নলবাৰী জিলাৰ পূৱপ্ৰান্তৰ পশ্চিম বড়িগোগ সাৰ্বজনীন শ্ৰীশ্ৰী দুৰ্গাপূজাৰ আজিৰ মহানৱমীৰ দিনা পূৱাৰে পৰা অসংখ্য ভক্তপ্ৰাণ ৰাইজৰ সমাগম হয়৷সকলোৰে মনত আনন্দৰ হাহি৷বিগত দুটাবছৰ মহামাৰী কৰো’নাই কোঙা কৰা ধৰ্মপ্ৰাণ ৰাইজে এইবেলি উলহমালহেৰে পূজাভাগ উদযাপন কৰি আনন্দ অনুভৱ কৰিছে৷ইতিমধ্যে বিগত তিনিটা দিনে উৎসাহৰে পূজা উপভোগ কৰিছে৷দুপৰ নিশালৈ সাংস্কৃতিক কাৰ্য্যসূচী উপভোগ কৰি ৰাইজ আহ্লাদিত হৈছে৷আজি মহানৱমীৰ দিনাও আনন্দৰে পূজা উপভোগ কৰিবলৈ ওলাই আহিছে৷বিশেষকৈ আজি মহানৱমীৰ পূজাৰ দিনা নলবাৰী জিলাৰ পূৱপ্ৰান্তৰ পশ্চিম বড়িগোগ সাৰ্ব্বজনীন শ্ৰীশ্ৰী দুৰ্গাপূজাৰ কুমাৰী পূজাই সকলো ৰাইজকে বিশেষ ভাবে আকৃষ্ট কৰা দেখা যায়৷আজি দুপৰীয়া উক্ত কুমাৰী পূজাত যথেষ্ট সংখ্যাক ভক্তপ্ৰাণ ৰাইজে আশিষ লোৱা দেখা যায়৷৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ઉપલેટા : પ્રાણ પ્રતિષ્ઠા મહોત્સવ યોજાયો | SatyaNirbhay News Channel
ઉપલેટા : પ્રાણ પ્રતિષ્ઠા મહોત્સવ યોજાયો | SatyaNirbhay News Channel
Security beefed up at Sachivalaya area eyeing various ongoing protests in |Gandhinagar |TV9News
Security beefed up at Sachivalaya area eyeing various ongoing protests in |Gandhinagar |TV9News
સંકલ્પ યાત્રા
સાબરકાંઠા જિલ્લામાં ‘વિકસિત ભારત સંકલ્પ યાત્રા’ અંગે કેન્દ્ર સરકારના નાણાં મંત્રાલયના...