নলবাৰী জিলাৰ পূৱপ্ৰান্তৰ পশ্চিম বড়িগোগ সাৰ্বজনীন শ্ৰীশ্ৰী দুৰ্গাপূজাৰ আজিৰ মহানৱমীৰ দিনা পূৱাৰে পৰা অসংখ্য ভক্তপ্ৰাণ ৰাইজৰ সমাগম হয়৷সকলোৰে মনত আনন্দৰ হাহি৷বিগত দুটাবছৰ মহামাৰী কৰো’নাই কোঙা কৰা ধৰ্মপ্ৰাণ ৰাইজে এইবেলি উলহমালহেৰে পূজাভাগ উদযাপন কৰি আনন্দ অনুভৱ কৰিছে৷ইতিমধ্যে বিগত তিনিটা দিনে উৎসাহৰে পূজা উপভোগ কৰিছে৷দুপৰ নিশালৈ সাংস্কৃতিক কাৰ্য্যসূচী উপভোগ কৰি ৰাইজ আহ্লাদিত হৈছে৷আজি মহানৱমীৰ দিনাও আনন্দৰে পূজা উপভোগ কৰিবলৈ ওলাই আহিছে৷বিশেষকৈ আজি মহানৱমীৰ পূজাৰ দিনা নলবাৰী জিলাৰ পূৱপ্ৰান্তৰ পশ্চিম বড়িগোগ সাৰ্ব্বজনীন শ্ৰীশ্ৰী দুৰ্গাপূজাৰ কুমাৰী পূজাই সকলো ৰাইজকে বিশেষ ভাবে আকৃষ্ট কৰা দেখা যায়৷আজি দুপৰীয়া উক্ত কুমাৰী পূজাত যথেষ্ট সংখ্যাক ভক্তপ্ৰাণ ৰাইজে আশিষ লোৱা দেখা যায়৷৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Press Release - PhonePe launches one-stop POS solution for merchant partners
Bengaluru, 10 July 2023: PhonePe today announced the launch of its Point-of-sale (POS) device...
Rahul Gandhi के Manipur दौरे पर BJP-Congress भिड़ गए, पुलिस ने क्या ख़तरा बताया? | Lallantop Show
Rahul Gandhi के Manipur दौरे पर BJP-Congress भिड़ गए, पुलिस ने क्या ख़तरा बताया? | Lallantop Show
अघोषित बिजली की कटौती से परेशान ग्रामीणों ने नमाना जीएसएस पर किया प्रदर्शन।
नमाना कस्बे सहित आसपास के गांव में रात के समय अघोषित बिजली कटौती की जा रही है, इसी...
વડોદરામાં રાજ્ય કક્ષાના વન મહોત્સવમાં સાંસદ અને ધારાસભ્ય ગાયબ,રાજયમંત્રીએ રાખી લાજ,જુઓ વિડીયો
વડોદરામાં રાજ્ય કક્ષાના વન મહોત્સવમાં સાંસદ અને ધારાસભ્ય ગાયબ,રાજયમંત્રીએ રાખી લાજ,જુઓ વિડીયો