সুব্ৰত কাপ ফুটবল প্ৰতিযোগিতাত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে অসম দলক প্ৰতিনিধিত্ব কৰা সোণাৰিৰ এটা ফুটবল দল। সোণাৰিৰ বামপথাৰ বেঙেনাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ফুটবল দলটোৱে গুজৰাটত অনুষ্ঠিত সুব্ৰত কাপ ফুটবল প্ৰতিযোগিতাত অংশগ্ৰহন কৰি এই সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে দেউকন ট্ৰফী প্ৰতিযোগিতাত বিজয়ী দলৰ খিতাপ অৰ্জন কৰা পাছত সুব্ৰত কাপ ফুটবল প্ৰতিযোগিতাত অসম দলক প্ৰতিনিধিত্ব কৰিবলৈ সক্ষম হোৱা বামপথাৰ বেঙেনাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ফুটবল দলটোৱে ইতিমধ্যে বিভিন্ন প্ৰতিযোগিতাত সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Top Headlines of the Day: New Parliament Building Row | BJP Vs Congress | PM Modi | Supreme Court
Top Headlines of the Day: New Parliament Building Row | BJP Vs Congress | PM Modi | Supreme Court
Ahmedabad : Bollywood jalsa | gujrat best'musical show | ALL INDIA VOICE | live...! | AIV | /\\\/
Ahmedabad : Bollywood jalsa | gujrat best'musical show | ALL INDIA VOICE | live...! | AIV | /\\\/
চৰাইদেউ জিলাৰ সোণাৰি সমলয় গোষ্ঠীৰ সভাকক্ষত কবিতাৰ মহাসন্মিলন চৰাইদেউ জিলা সমিতিৰ উদ্যোগত
চৰাইদেউ জিলাৰ সোণাৰি সমলয় গোষ্ঠীৰ সভাকক্ষত কবিতাৰ মহাসন্মিলন চৰাইদেউ জিলা সমিতিৰ উদ্যোগত