সুব্ৰত কাপ ফুটবল প্ৰতিযোগিতাত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে অসম দলক প্ৰতিনিধিত্ব কৰা সোণাৰিৰ এটা ফুটবল দল। সোণাৰিৰ বামপথাৰ বেঙেনাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ফুটবল দলটোৱে গুজৰাটত অনুষ্ঠিত সুব্ৰত কাপ ফুটবল প্ৰতিযোগিতাত অংশগ্ৰহন কৰি এই সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে দেউকন ট্ৰফী প্ৰতিযোগিতাত বিজয়ী দলৰ খিতাপ অৰ্জন কৰা পাছত সুব্ৰত কাপ ফুটবল প্ৰতিযোগিতাত অসম দলক প্ৰতিনিধিত্ব কৰিবলৈ সক্ষম হোৱা বামপথাৰ বেঙেনাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ফুটবল দলটোৱে ইতিমধ্যে বিভিন্ন প্ৰতিযোগিতাত সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
राष्ट्रपति पद के लिए वोटिंग शुरू:कमला के लिए भारत में हो रही पूजा, मस्क बोले- ट्रम्प हारे तो ये आखिरी चुनाव होगा
अमेरिका में 47वें राष्ट्रपति चुनाव के लिए वोटिंग शुरू हो गई है। राष्ट्रपति पद के लिए रिपब्लिकन...
Healthy Skin Diet: बढ़ती उम्र का असर न दिखे चेहरे पर, इसके लिए डाइट में शामिल करें ये चीजें
स्किन को हेल्दी और जवां बनाए रखने के लिए बाहरी केयर के साथ- साथ उसे अंदरूनी देखभाल की भी जरूरत...
પાવી જેતપુરનો ઓરસંગ નદી પરનો પુલ એક મહિનો બંધ રાખવામાં આવશે. શું છે પુલ બંધ કરવાનું કારણ જુઓ
પાવી જેતપુરનો ઓરસંગ નદી પરનો પુલ એક મહિનો બંધ રાખવામાં આવશે. શું છે પુલ બંધ કરવાનું કારણ જુઓ
India China Conflict: सत्ता में फिर वापसी के साथ चीन पर मोदी सरकार का कड़ा प्रहार, तिब्बत के 30 इलाकों के बदले जाएंगे नाम
नई दिल्ली। प्रधानमंत्री नरेंद्र मोदी के फिर से सत्ता में लौटने के बाद अपने कड़े तेवर दिखाने...
বঙাইগাঁও হোটেল জাহ্নৱীত ইনৰ হুইল ক্লাব আৰু অখিল ভাৰতীয় মাৰৱাৰী সন্মিলনী উদ্যোগত স্বাস্থ্য সজাগতা সভা অনুষ্ঠিত
আজি বঙাইগাওঁ চহৰ স্থিত হোটেল জাহ্নৱীত ইনৰ হুইল ক্লাব আৰু অখিল ভাৰতীয় মাৰৱাৰী সন্মিলনী উদ্যোগত...