বিহপুৰীয়া থানাৰ অন্তৰ্গত শিমলুগুৰি আৰক্ষী চকীৰ বৃহৎ সফলতা। দহখন চুৰি বাইকসহ গ্ৰেপ্তাৰ গভাইত চোৰ গোবিন্দ বৰা।তিনিশৰো অধিক বাইক চুৰিৰ লগত জড়িত আছিল বাইক চোৰ গোবিন্দ বৰা। শিমলুগুৰি আৰক্ষী চকীৰ আৰক্ষী বিষয়া গৌৰৱ ভূমিজৰ নেতৃত্বত গোপন সূত্রৰ পম খেদি চেচাঁ ৰাজগড়ৰ পৰা দহখন চুৰি বাইক উদ্ধাৰৰ লগতে গ্ৰেপ্তাৰ কৰে চোৰটোক। ইতিমধ্যে চোৰটোক সোধা পোছা অব্যাহত ৰাখিছে শিমলুগুৰি আৰক্ষীয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Mahindra BE.05, XUV.e9 और XUV.e8 लद्दाख में टेस्टिंग के दौरान आई नजर, देखिए वीडियो
महिंद्रा की ओर से आने वाली पहली इलेक्ट्रिक एसयूवी XUV700 का इलेक्ट्रिक संस्करण होगी। इसे XUV.e8...
#breakingnews #news #viralvideo વાવ વિધાનસભા માં અપક્ષ ઉમેદવાર શાંતિલાલ રાઠોડે નોંધાવી ઉમેદવારી..
#breakingnews #news #viralvideo વાવ વિધાનસભા માં અપક્ષ ઉમેદવાર શાંતિલાલ રાઠોડે નોંધાવી ઉમેદવારી..
દેવભૂમિ દ્વારકા જિલ્લાના શિવરાજપુર બીચ પર ૩૦ જુલાઈ સુધી ન્હાવા અને સ્વિમિંગ કરવા પર પ્રતિબંધ
દેવભૂમિ દ્વારકા જિલ્લાના શિવરાજપુર બીચ પર ૩૦ જુલાઈ સુધી ન્હાવા અને સ્વિમિંગ કરવા પર પ્રતિબંધ
স্মাৰ্ট পুলিচ কেনেকৈ হ’ব পাৰি? কৌশল শিকাব অমিত শ্বাহে
অসম আৰক্ষীক স্মাৰ্ট কৰাৰ লক্ষ্যৰে এইবাৰ দীক্ষা দিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে৷ ৯ আৰু ১০...
মঙ্গলদৈত ই ৰিস্কাৰ চালক সকলৰ তিৰংগা যাত্ৰা।
মঙ্গলদৈত ই ৰিস্কাৰ চালক সকলৰ তিৰংগা যাত্ৰা।
আজাদী কা অমৃত মহোৎসৱত উপলক্ষে মঙ্গলদৈ ই-ৰিস্কা চালক...