বিহপুৰীয়া থানাৰ অন্তৰ্গত শিমলুগুৰি আৰক্ষী চকীৰ বৃহৎ সফলতা। দহখন চুৰি বাইকসহ গ্ৰেপ্তাৰ গভাইত চোৰ গোবিন্দ বৰা।তিনিশৰো অধিক বাইক চুৰিৰ লগত জড়িত আছিল বাইক চোৰ গোবিন্দ বৰা। শিমলুগুৰি আৰক্ষী চকীৰ আৰক্ষী বিষয়া গৌৰৱ ভূমিজৰ নেতৃত্বত গোপন সূত্রৰ পম খেদি চেচাঁ ৰাজগড়ৰ পৰা দহখন চুৰি বাইক উদ্ধাৰৰ লগতে গ্ৰেপ্তাৰ কৰে চোৰটোক। ইতিমধ্যে চোৰটোক সোধা পোছা অব্যাহত ৰাখিছে শিমলুগুৰি আৰক্ষীয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
संभल हिंसा में 4 मौत, इंटरनेट-स्कूल बंद:5 दिन बाहरी लोगों के आने पर रोक; SP बोले- उपद्रवियों पर NSA लगेगा
उत्तर प्रदेश के संभल में जामा मस्जिद के सर्वे के दौरान रविवार को भड़की हिंसा में 4 युवकों की मौत...
দ্বিতীয় বৃন্দাবনলৈ পৰিণত সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ নদীদ্বীপ মাজুলী
দ্বিতীয় বৃন্দাবনলৈ পৰিণত সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ নদীদ্বীপ মাজুলী
আজিৰে পৰা কামৰূপৰ বাৰাংহাটীত দুদিনীয়াকৈ আৰম্ভ হৈছে ১৩৮তম্ শ্ৰীশ্ৰী কালীপূজা
কামৰূপ জিলাৰ পশ্চিম বড়িগোগ মৌজাৰ বাৰাংহাটী কালীমন্দিৰ প্ৰাংগনত আজিৰে পৰা দুদিনীয়াকৈ ১৩৮ তম...
Ashok Gehlot और Sachin Pilot में हुई सुलह, आलाकमान ने दोनों नेताओं की कराई सुलह
Ashok Gehlot और Sachin Pilot में हुई सुलह, आलाकमान ने दोनों नेताओं की कराई सुलह
CM Kejriwal News: केजरीवाल की गिरफ्तारी सही या गलत, SC में चल रही सुनवाई | Aaj Tak
CM Kejriwal News: केजरीवाल की गिरफ्तारी सही या गलत, SC में चल रही सुनवाई | Aaj Tak