নলবাৰী জিলাৰ বৰভাগৰ এখন ঐতিহাসিক পূজা৷প্ৰবাদ অনুযায়ী কোচৰজা নৰনাৰায়ণৰ দিনৰে পৰা উদযাপিত হোৱা এইখন পূজা আজিও ৰাইজৰ সহযোগত উদযাপন কৰি আহিছে৷বৰভাগৰ আঠঘৰিয়া গাৱঁৰ এটা পৰিয়ালে উক্ত পূজাভাগ উদযাপন কৰি আহিছিল যদিও বৰ্তমান অৰ্থ আৰু কৰ্মকৰ্তাৰ অভাৱত ৰাইজৰ সহযোগত আঠঘৰিয়া বিষহৰি মন্দিৰ প্ৰাংগনত উদযাপিত হয় পূজাভাগ৷এইবেলিও ৰাইজৰ সহযোগত ১৩১তম পূজাভাগ ৰাইজৰ সহযোগত উদযাপিত হৈ আছে৷এইবেলিৰ পূজাত ৰাইজৰ যথেষ্ট সহাৰি পোৱা বুলি উদযাপন সমিতিয়ে জানিব দিছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ಮೌನ ಪ್ರತಿಭಟನೆ ಪೂರ್ವಭಾವಿ ಸಿದ್ಧತಾ ಸಭೆ
ಬೆಂಗಳೂರು : ಸರ್ವಾಧಿಕಾರಿ ಪ್ರಧಾನ ಮಂತ್ರಿ ನರೇಂದ್ರ ಮೋದಿ ಹಾಗೂ ಕೇಂದ್ರ ಬಿಜೆಪಿ ಸರ್ಕಾರದ ಧೋರಣೆಯನ್ನ ಖಂಡಿಸಿ...
Crude Share Update | क्रूड में धमाका? 2024 में कमाई का तूफान या नुकसान का कुआं? | IOC | BPCL | HPCL
Crude Share Update | क्रूड में धमाका? 2024 में कमाई का तूफान या नुकसान का कुआं? | IOC | BPCL | HPCL
કલ્યાણપુર માંથી જાહેર માં જુગાર રમતા ચાર શખ્શો ઝડપાયા .
કલ્યાણપુર ગુલાબનગર વિસ્તારમાં જાહેર માં જુગાર રમતા ચાર શખ્શો ઝડપાયા .
અમદાવાદ ની ૨૪ જેટલી મહિલા ઉદ્યોગ સાહસિકો એ સુરેન્દ્રનગર શહેરની સિકંદર સીંગ , મેક્સન ફાર્મા અને RIZA ની મુલાકાત લીધી
તા ૧૪/૦૪/૨૩ , શુક્રવાર ના રોજ COWE ( કન્ફેડરેશન ઓફ વુમન ઓન્ત્રેપ્રેન્યોર ) ના ગુજરાત ચેપ્ટર માંથી...