চৰাইদেউ যুৱ সমাজৰ উদ্যোগত অনুষ্ঠিত দূৰ্গা পূজালৈ আগমণ ঘটিছে জিলাখনৰ বিভিন্ন প্ৰান্তৰ ৰাইজৰ। অন্যান্য প্ৰান্তৰ লগতে সোণাৰিতো এতিয়া শাৰদীয় দুৰ্গাপূজাৰ আনন্দ, উৎসাহ-উদ্দীপনাই বিৰাজ কৰিছে। পূজাস্থলীসমূহত দেৱী দুৰ্গাৰ উপাসনা তথা আশীষ ল'বলৈ ভিৰ কৰিছে জনতাই। ষষ্ঠীৰ বেদীত মা দূৰ্গাৰ প্ৰতিমা স্থাপন কৰা পাছত আজি পূৱাৰেপৰা আৰম্ভ হৈছে অষ্টমী পূজা। সোণাৰিৰ অন্যান্য পূজাস্থলীৰ লগতে চৰাইদেউ যুৱ সমাজৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে শাৰদীয় দূৰ্গা পূজালৈও আগমণ ঘটিছে ভক্তৰ। ষষ্ঠ বছৰৰ বাবে অনুষ্ঠিত হোৱা দূৰ্গা পূজা ভাগ এইবাৰ অসমীয়া সমাজ জীৱনক প্ৰতিফলিত কৰিব পৰাকৈ বাঁহ-বেত তথা জাপি আদিৰে নিৰ্মিত মণ্ডপত অনুষ্ঠিত কৰা হৈছে। জাকজমকতা বাদ দি এইবাৰ আধ্যাত্মিক পৰিৱেশৰ মাজত চৰাইদেউ যুৱ সমাজৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে ষষ্ঠ বাৰ্ষিক শাৰদীয় দূৰ্গা পূজা।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Modi holds Sikhs in high esteem : Chugh
BJP national general secretary Tarun Chugh today underlined Prime Minister Narendra Modi's...
BSNL यूजर्स की बल्ले-बल्ले, एक लाख 4G टावर के साथ 5G लाने की भी है तैयारी; Jio-Airtel की बढ़ेंगी मुश्किलें
सरकारी टेलीकॉम कंपनी बीएसएनएल इन दिनों अपने कायाकल्प में जुटी है। बीएसएनल आत्मनिर्भर भारत के तहत...
ધાનેરાના ડુવા ગામે અશ્વ દોડની ઉજવણી કરાઈ
ધાનેરાના ડુવા ગામે અશ્વ દોડની ઉજવણી કરાઈ
પાવીજેતપુર ની એકમાત્ર નામાંકિત સનરાઈઝ ઇંગ્લિશ મીડીયમ સ્કૂલમાં "રાષ્ટ્રીય એકતા દિન"ની ઉજવણીના ભાગરૂપે વિદ્યાર્થીઓ અને શિક્ષક મિત્રોએ શપથ કાર્યક્રમનું આયોજન કરવામાં આવ્યું
પાવીજેતપુર ની એકમાત્ર નામાંકિત સનરાઈઝ ઇંગ્લિશ મીડીયમ સ્કૂલમાં "રાષ્ટ્રીય એકતા દિન"ની ઉજવણીના...
Election 2023: तीन राज्यों के चुनाव में तीसरा विकल्प बनने के प्रयास में 'आप', लोकसभा चुनाव को लेकर बनाई खास रणनीति
नई दिल्ली। विधानसभा चुनाव वाले पांच राज्यों में से तीन में दो बड़े राष्ट्रीय दलों के बीच ही...