শাৰদীয় দূৰ্গা পূজাৰ পূজাস্থলীত মা দুৰ্গাৰ আশীষ বিচাৰি সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে বিভিন্ন পূজা মণ্ডপত উপস্থিত হোৱাৰ মাজতে আজি টাওকাক গাঁও পঞ্চায়তৰ অন্তৰ্গত লাহদৈগড়ত গৰাখহনীয়াও পৰিদৰ্শন কৰে। অসম-নগালেণ্ড সীমান্তৰ ৰাবাৰ নদীৰ গৰাখহনীয়াৰ ফলত ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰে বিধায়ক গৰাকীয়ে। টাওকাক আঞ্চলিক পঞ্চায়তৰ সদস্য বিতু মিত্ৰ আৰু বিজেপি যুৱ মৰ্চাৰ ৰাজ্যিক সদস্য জ্যোতিষ কোঁৱৰ সহ উক্ত ঠাইত উপস্থিত হৈ গৰাখহনীয়া পৰিদৰ্শন কৰা বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে ঐতিহাসিক লাহদৈগড়ৰ এই গৰা খহনীয়া সোনকালেই প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণৰ বাবে আঞ্চলিক পঞ্চায়তৰ সদস্য গৰাকীৰ লগত আলোচনা কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Farmer Protest 2024: Rakesh Tikait की चेतावनी, किसानों को दिल्ली जाने से रोका तो होगा ये अंजाम
Farmer Protest 2024: Rakesh Tikait की चेतावनी, किसानों को दिल्ली जाने से रोका तो होगा ये अंजाम
ৰে’লৱেত উৎকোচ: পাটনাকে ধৰি ৫খন চহৰত চিবিআইৰ অভিযান, ৩জন বিষয়াকে ধৰি ৫জনক গ্ৰেপ্তাৰ; ৪৬ লাখ টকা জব্দ
◾পাটনাকে ধৰি ৫খন চহৰত চিবিআইৰ অভিযান, ৩জন বিষয়াকে ধৰি ৫জনক গ্ৰেপ্তাৰ; ৪৬ লাখ টকা জব্দঃ পাটনা,...
ಹವ್ಯಕ ಪ್ರತಿಷ್ಠಾಪನದಿಂದ ಉಚಿತ ವೈದ್ಯಕೀಯ ಶಿಬಿರ ಆಯೋಜನೆ
ಬೆಂಗಳೂರು : ರಾಜರಾಜೇಶ್ವರಿ ನಗರ ವಿಧಾನಸಭಾ ಕ್ಷೇತ್ರದ ಜನಪ್ರಿಯ ಶಾಸಕರಾದ ಮುನಿರತ್ನ ಅವರು ವಾರ್ಡ್ ನಂ 160...
Israel-Hamas Conflict News LIVE : अपने सैनिकों के बीच पहुंचे PM नेतन्याहू | America | Aaj Tak News
Israel-Hamas Conflict News LIVE : अपने सैनिकों के बीच पहुंचे PM नेतन्याहू | America | Aaj Tak News
মৰাণৰ কুশল নগৰত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত এজন
মৰাণৰ কুশল নগৰত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত এজন