শাৰদীয় দূৰ্গা পূজাৰ পূজাস্থলীত মা দুৰ্গাৰ আশীষ বিচাৰি সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে বিভিন্ন পূজা মণ্ডপত উপস্থিত হোৱাৰ মাজতে আজি টাওকাক গাঁও পঞ্চায়তৰ অন্তৰ্গত লাহদৈগড়ত গৰাখহনীয়াও পৰিদৰ্শন কৰে। অসম-নগালেণ্ড সীমান্তৰ ৰাবাৰ নদীৰ গৰাখহনীয়াৰ ফলত ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰে বিধায়ক গৰাকীয়ে। টাওকাক আঞ্চলিক পঞ্চায়তৰ সদস্য বিতু মিত্ৰ আৰু বিজেপি যুৱ মৰ্চাৰ ৰাজ্যিক সদস্য জ্যোতিষ কোঁৱৰ সহ উক্ত ঠাইত উপস্থিত হৈ গৰাখহনীয়া পৰিদৰ্শন কৰা বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে ঐতিহাসিক লাহদৈগড়ৰ এই গৰা খহনীয়া সোনকালেই প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণৰ বাবে আঞ্চলিক পঞ্চায়তৰ সদস্য গৰাকীৰ লগত আলোচনা কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
आमजन की समस्याओं का गुणवत्तापूर्ण समाधान सुनिश्चित करें अधिकारी - जिला कलेक्टर
आमजन की समस्याओं का गुणवत्तापूर्ण समाधान सुनिश्चित करें अधिकारी - जिला कलेक्टरजिला स्तरीय...
બ્રહ્મકુમારી પરિવાર શિનોર શાખા દ્વારા દિવાલી મહોત્સવની ભવ્ય ઉજવણી કરવામાં આવી...
બ્રહ્મકુમારી પરિવાર શિનોર શાખા દ્વારા દિવાલી મહોત્સવની ભવ્ય ઉજવણી કરવામાં આવી...
Indian IT Services: इस हफ्ते आएंगे TCS के नतीजे, बाजार को कैसा नज़र आ रहा IT Sector? | Q4 Update
Indian IT Services: इस हफ्ते आएंगे TCS के नतीजे, बाजार को कैसा नज़र आ रहा IT Sector? | Q4 Update
આજરોજ આઝાદી કા અમૃત મહોત્સવ અન્વયેની "હર ઘર તિરંગા" ઝુંબેશ
આજરોજ આઝાદી કા અમૃત મહોત્સવ અન્વયેની "હર ઘર તિરંગા" ઝુંબેશ
Gujarat Election Update | નારાજગી સાથે કાર્યકરો Ahmedabad દોડ્યા | Political Update |News18 Gujarati
Gujarat Election Update | નારાજગી સાથે કાર્યકરો Ahmedabad દોડ્યા | Political Update |News18 Gujarati