লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ চৈধ্যপুনীয়াস্থিত জৱাহৰ নৱোদয় বিদ্যালয়ত সোমবাৰে উপস্থিত হয় লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা। উপস্থিত হৈ জৱাহৰ নবোদয় বিদ্যালয়ৰ চৌহদত এম.জি.এন.ৰেগা ২০২১-২২ৰ পুঁজিৰে নিৰ্মাণ কৰি উলিওৱা মুখ্য প্ৰৱেশ পথৰ শুভাৰম্ভ কৰে। লগতে অধ্যক্ষ সমন্বিতে শিক্ষক-শিক্ষয়িত্ৰী আৰু একাংশ শিক্ষাৰ্থীৰ সৈতে মত-বিনিময় কৰে আৰু শিক্ষানুষ্ঠানখনৰ আন্তঃগাঁথনি,শৈক্ষিক পৰিৱেশ,পাঠ্যক্ৰম আদি ভিন্ন দিশৰ বুজ লয় সাংসদগৰাকীয়ে। সাংসদগৰাকীয়ে শিক্ষানুষ্ঠানখনৰ পৰিয়ালবৰ্গই বিদ্যালয়খনৰ গৰিমা সদায়ে সমুজ্জ্বল কৰি ৰাখিব বুলি আশা কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Sukhdev Gogamedi मर्डर के बाद Rohit Godara के भाई ने रोते हुए वीडियो जारी किया? | Padtaal
Sukhdev Gogamedi मर्डर के बाद Rohit Godara के भाई ने रोते हुए वीडियो जारी किया? | Padtaal
লখিমপুৰৰ হোটেল 'শ্ৰী ৰাম'ত ভয়ংকৰ ঘটনা
লখিমপুৰৰ হোটেল 'শ্ৰী ৰাম 'ত ভয়ংকৰ ঘটনা।#a7newsassam
ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্য্যদা প্ৰদানৰ কৰাটো মই বিচাৰোঃ বিধায়ক চক্ৰধৰ গগৈ
কেন্দ্ৰীয় কেবিনেটে ৫ ৰাজ্যৰ ১২ জনগোষ্ঠীক দিয়া জনজাতিৰ তালিকাত অসমৰ ছয় জনগোষ্ঠীৰ নাম নথকাৰ পাছতে...
કેશોદ : આશાવર્કર અને આશા ફેસિલિટર બહેનોનું પડતર માંગણીઓને લઇ ને એક સંમેલન નું આયોજન કરવામાં આવ્યું
કેશોદ : આશાવર્કર અને આશા ફેસિલિટર બહેનોનું પડતર માંગણીઓને લઇ ને એક સંમેલન નું આયોજન કરવામાં આવ્યું
তিনিচুকীয়াত জনজাতিকৰণৰ দাবীৰে চুতীয়া ছাত্ৰ সন্থাৰ জোঁৰ সমদল
তিনিচুকীয়াত জনজাতিকৰণৰ দাবীৰে চুতীয়া ছাত্ৰ সন্থাৰ জোঁৰ সমদল