জনজাতি কৰণৰ নামত কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰে ছয় জনগোষ্ঠীক কৰা প্ৰতাৰণাৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত জ্বলিছে নৰেন্দ্ৰ মোডী আৰু হিমন্তবিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি। সমান্তৰাল কৈ মৰাণতো ব্যতিক্ৰম নহ'ল। আজি চুতীয়া যুৱ সন্মিলন অসম চৰাইদেউ জিলাসমিতিয়ে মৰাণৰ ট্ৰেফিক পইণ্টত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু হিমন্তবিশ্ব।শৰ্মাৰ প্ৰতিমূৰ্তি দাহ কৰি বিভিন্ন শ্লোগান দি পৰিবেশ উত্তাল কৰি তোলে। লগতে এই প্ৰতিবাদৰ যোগেদি অসম চৰকাৰ আৰু ভাৰত চৰকাৰক আগন্তুক লোকসভা নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিব বুলি সকিয়নী প্ৰদান কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
15 जून 2024 गंगा दशमी के अवसर पर रविवार 16 जून 2024 को सायं 6;30 बजे बूंदी के आराध्य भगवान श्री रंगनाथ नौका विहार करेंगे
गंगा दशमी के अवसर पर रविवार 16 जून 2024 को सायं 6;30 बजे बूंदी के आराध्य भगवान श्री रंगनाथ नौका...
ৰহা শ্ৰীশ্ৰী দিহিং সত্ৰত সত্ৰাধিকাৰ প্ৰয়াত বিষ্ণু শোভন চন্দ্ৰ গোস্বামী আতাৰ ২৬সংখ্যক তিৰোভাৱ তিথি।৮৮জন ব্যক্তিয়ে ললে শৰন।
ৰহা হাৰিয়ামুখ স্থিত শ্ৰীশ্ৰী দিহিং সত্ৰত ১৯৭২বৰ্ষৰ পৰা সত্ৰাধিকাৰৰ পদ অলংকৃত কৰি অহা সত্ৰাধিকাৰ...
দেশৰ উপ-ৰাষ্ট্ৰপতি জগদ্বীপ ধনখড়
দেশৰ উপ-ৰাষ্ট্ৰপতি হিচাপে বিজয় হোৱা NDA মনোনীত প্ৰাৰ্থী জগদ্বীপ ধনখড়ক অভিনন্দন ও শুভেচ্ছা
बारिश ने बचाया, Supreme Court ने समझाया, दिल्ली वाले फिर भी नहीं माने। Delhi-NCR Air Pollution
बारिश ने बचाया, Supreme Court ने समझाया, दिल्ली वाले फिर भी नहीं माने। Delhi-NCR Air Pollution
मध्य प्रदेश श्रमजीवी पत्रकार संघ की मेहनत रंग लाईपन्ना जिला इकाई ने जताया आभार
मध्य प्रदेश श्रमजीवी पत्रकार संघ की मेहनत रंग लाईपन्ना जिला इकाई ने जताया आभार