লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ চৈধ্যপুনীয়াস্থিত জৱাহৰ নৱোদয় বিদ্যালয়ত সোমবাৰে উপস্থিত হয় লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা। উপস্থিত হৈ জৱাহৰ নবোদয় বিদ্যালয়ৰ চৌহদত এম.জি.এন.ৰেগা ২০২১-২২ৰ পুঁজিৰে নিৰ্মাণ কৰি উলিওৱা মুখ্য প্ৰৱেশ পথৰ শুভাৰম্ভ কৰে। লগতে অধ্যক্ষ সমন্বিতে শিক্ষক-শিক্ষয়িত্ৰী আৰু একাংশ শিক্ষাৰ্থীৰ সৈতে মত-বিনিময় কৰে আৰু শিক্ষানুষ্ঠানখনৰ আন্তঃগাঁথনি,শৈক্ষিক পৰিৱেশ,পাঠ্যক্ৰম আদি ভিন্ন দিশৰ বুজ লয় সাংসদগৰাকীয়ে। সাংসদগৰাকীয়ে শিক্ষানুষ্ঠানখনৰ পৰিয়ালবৰ্গই বিদ্যালয়খনৰ গৰিমা সদায়ে সমুজ্জ্বল কৰি ৰাখিব বুলি আশা কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মাহমৰা মৰাণ নগৰত আছুৰ।চৰাইদেউ জিলা সমিতিৰ অসম চৰকাৰৰ মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্তুৰ প্ৰতিবাদত ১০ ঘণ্টীয়া অনশণ কাৰ্য্যসূচী।
অসম চৰকাৰৰ মাতৃভাষা বিৰোধী সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবীত সদৌঅসম ছাত্ৰসন্থাৰ আহ্বান মৰ্মে আজি...
કેવડા ત્રીજની ધાર્મિક પરંપરા મુજબ ઉજવણી કરાઈ
સૌભાગ્યવતી સ્ત્રીઓ માતા પાર્વતી જેવું અખંડ સૌભાગ્ય મેળવવા માટે અને કુમારિકાઓ શિવ જેવા પતિની...
ડીસામાં રાશનના અનાજમાં 4 જગ્યાએ દરોડા : બે ગોડાઉન સીલ
બનાસકાંઠા જિલ્લા પુરવઠા વિભાગ છેલ્લા 15 દિવસથી અનાજ માફિયાઓ પર તવાઈ વરસાવી રહ્યું છે. જેમાં આજે...
Market Top 10 News Today: इन खबरों से आज बाजार में देखने को मिल सकती है तेजी या मंदी | Business News
Market Top 10 News Today: इन खबरों से आज बाजार में देखने को मिल सकती है तेजी या मंदी | Business News