বঙাইগাঁও ৩ অক্টোবৰঃ--বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম উন্নয়ন খণ্ডৰ অন্তৰ্গত ১নং কোকিলা গাওঁ পঞ্চায়তত গান্ধী জয়ন্তী উপলক্ষে বিশেষ গাওঁ সভা অনুষ্ঠিত হয়।এই সভাত সচ্ছ ভাৰত, জল জীৱন মিছনৰ সজাগতাৰ ওপৰত আলোচনা কৰে। ২০২৩/২০২৪ বিত্তীয় বৰ্ষত পঞ্চায়তৰ উন্নয়নৰ পৰিকল্পনা আৰু প্ৰস্তুতকৰণৰ লগতে প্ৰধান মন্ত্ৰী আৱাস যোজনা গ্ৰামিনৰ হিতাধিকাৰী মাজত সজাগতা সম্পৰ্কে আলোচনা কৰে। এই সভাত সভাপতিত্ব কৰে কোকিলা পঞ্চায়তৰ নিৰ্বাচিত সভাপতি আব্দুছ চাত্তাৰে । এই সভাত উপস্থিত থাকে বিধায়ক পঞ্চায়ত সচিৱ, জিপিচি, জি, আৰ, এছ, পঞ্চায়তৰ জেষ্ঠ্য নাগৰিক তথা স্থানীয় ৰাইজ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
महिला पत्रकारासोबत वादग्रस्त विधान करणाऱ्या संभाजी भिडे विरुद्ध आय पी सी कलम ५०९ नुसार गुन्हा दाखल करा.
– रेखा
मुंबई. ३ – साम टिव्हीच्या महिला पत्रकार रुपाली बडवे यांनी टिकली लावली नाही म्हणून...
આંદોલનનાં માર્ગે ઉતરેલા શિક્ષણ સમિતિનાં કર્મીઓની બેઠક વિશે મેયર તેમજ કર્મચારીઓ શું ,? કહેછે જુવો
આંદોલનનાં માર્ગે ઉતરેલા શિક્ષણ સમિતિનાં કર્મીઓની બેઠક વિશે મેયર તેમજ કર્મચારીઓ શું ,? કહેછે જુવો
জেংৰাইমুখ আদৰ্শ চিকিৎসালয়ৰ প্ৰসূতি কক্ষত বৃহৎ ফাঁট: ৱাল ভাগি পৰাৰ আশংকাত কম্পমান ৰোগীসকল
◆মাজুলী জেংৰাইমুখ মডেল হস্পিতেলত প্ৰসূতি কক্ষত বৃহৎ ফাট ।
◆যিকোনো মুহূৰ্তত খহি...
Tesla Robotaxi के लॉन्च के लिए क्यों चुनी गई 8 अगस्त की तारीख? Elon Musk ने इस चाइनीज कनेक्शन का किया खुलासा
इस महीने की शुरुआत में टेस्ला के सीईओ ने घोषणा की कि उनकी इलेक्ट्रिक कार कंपनी टेस्ला 8 Elon Musk...