খানাপাৰাৰ ষ্টাফ কলেজত দুদিনীয়াকৈ স্বাস্থ্য বিভাগৰ 'স্বাস্থ্য মন্থন-২' শীৰ্ষক অনুষ্ঠান৷ স্বাস্থ্য বিভাগৰ ৰাজ্যিক পৰ্যায়ৰ পৰ্যালোচনা সভা অনুষ্ঠিত হ'ব এই অনুষ্ঠানত৷ স্বাস্থ্য বিভাগৰ বিভিন্ন বিষয় আৰু অভিমুখীকৰণৰ সন্দৰ্ভত আলোচনা হ'ব এই বৈঠকত৷ স্বাস্থ্য বিভাগৰ MPCDSR পৰ্টেল সন্দৰ্ভতো আলোচনা হ'ব সভাত৷ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ লগতে এই অনুষ্ঠানত ভাগ ল'ব NHM ৰ সঞ্চালক এম এছ লক্ষ্মীপ্ৰিয়াৰ লগতে বহু বিষয়াই৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Rahul Gandhi Ravan Poster: भाई राहुल का पोस्टर देख भड़कीं बहन Priyanka Gandhi,BJP पर किया पलटवार
Rahul Gandhi Ravan Poster: भाई राहुल का पोस्टर देख भड़कीं बहन Priyanka Gandhi,BJP पर किया पलटवार
સુરત જિલ્લાના માંગરોળ તાલુકાના કોસાડી ગામેથી પોલીસે ગૌવંશ ગુનાના વોન્ટેડ આરોપીને ઝડપી પાડ્યો.
સુરત જિલ્લાના માંગરોળ તાલુકાના કોસાડી ગામેથી પોલીસે ગૌવંશ ગુનાના વોન્ટેડ આરોપીને ઝડપી પાડ્યો....
দেৰগাঁৱত বগা চাউলৰ ক'লা বেহা
নিশা দেৰগাঁৱৰ ছগুৰিত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । নিশাৰ অন্ধকাৰৰ সুযোগ লৈ এখন বলেৰ' পিক আপ...
সোণাৰিত অসম-অৰুণাচল প্ৰদেশ সীমা বিবাদ সন্দৰ্ভত গুৰুত্বপূৰ্ণ সভা
সোণাৰিত অসম-অৰুণাচল প্ৰদেশ সীমা বিবাদ সন্দৰ্ভত দুয়োখন ৰাজ্যৰ চতুৰ্থ লানি বৈঠক আৰম্ভ। চৰাইদেউ...