সদৌ অসম গ্ৰাম্য ঔষধ ব্যৱসায়ী সংস্থাৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত আজি ভজো ৰাজহুৱা প্ৰেক্ষাগৃহত গান্ধী জয়ন্তী পালন কৰা হয় ৷ কাৰ্যসূচী অনুসৰি জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি বন্তি প্ৰজ্বলন কৰে কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা ঘনশ্যাম ফুকনে ৷ সংগঠনটোৰ চৰাইদেউ জিলাৰ সভাপতি সুৰুজ গগৈ , যুটীয়া সম্পাদক উৎপল গগৈ আৰু সুভাষ বড়া , কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া ৰতন গুপ্ত , সদস্য ৰাজেশ দে সহিতে ভালেকেইজন সদস্য উপস্থিত থকা কাৰ্যসূচীত অংশ গ্ৰহণ কৰি সকলোৱে পুষ্পাঞ্জলী দি শ্ৰদ্ধা নিবেদন কৰে ৷ গান্ধীজীৰ জাতি আৰু দেশৰ প্ৰতি থকা অৱদান সোঁৱৰণ কৰি সকলোৱে চমু বক্তব্য ৰাখি দিনটোৰ বাবে স্থানীয় ৰাইজৰ শ্ৰদ্ধা নিবেদনৰ বাবে কায্যসূচী মুকলি ৰখা হয় ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Madhya Pradesh Election 2023: 110 साल की अम्मा ने बूथ पर जाकर अपने मताधिकारी का प्रयोग किया
Madhya Pradesh Election 2023: 110 साल की अम्मा ने बूथ पर जाकर अपने मताधिकारी का प्रयोग किया
જિલ્લા ચૂંટણી અધિકારી,પો.કમિશ્નર એ મતગણતરી કેન્દ્રની મુલાકાત લીધી
જિલ્લા ચૂંટણી અધિકારી,પો.કમિશ્નર એ મતગણતરી કેન્દ્રની મુલાકાત લીધી
আমগুৰি হালোৱাটিংৰ খেলুৱৈৰ সাফল্য
আমগুৰি হালোৱাটিংৰ খেলুৱৈৰ সাফল্য