আজিৰে পৰা আৰম্ভ অম্বুবাচী মেলা। ২৬ জুনলৈ কামাখ্যাত অম্বুবাচী মহাযোগৰ পবিত্ৰ পৰ্ব। আজি নিশা ২ বাজি ৩০ মিনিট ৪২ ছেকেণ্ডত অম্বুবাচীৰ প্ৰবৃত্তি। ২৩, ২৪ আৰু ২৫ জুন তাৰিখে বন্ধ থাকিব মন্দিৰৰ মূল দুৱাৰ । ২৬ জুনত পুৱা দেৱীক স্নান, নিত্য পূজা সমাপনৰ পাছত মন্দিৰৰ দুৱাৰ খোলা হ'ব। ২৬ আৰু ২৭ জুনত বিশেষ দৰ্শনৰ ব্যৱস্থা বন্ধ থাকিব। নিশা ৯ বজাৰ পাছত কামাখ্যাত ভক্তৰ প্ৰৱেশত নিষেধাজ্ঞা ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
સણોસરા કુષ્ણપરા ગામે ધર્મ સંસ્કાર પર્વ ની ઉજવણી કરી
સણોસરા પાસે કૃષ્ણપરા ગામે શ્રી તપસ્વીબાપુના આશ્રમમાં ધર્મ સંસ્કાર પ્રવૃત્તિ વિવિધ પર્વ તિથિ ઉજવણી...
प्रत्येकाने सतत प्रमाणे आई-वडिलांचे सेवा केली पाहिजे
प्रत्येकांनी संताप्रमाणेच आई वडिलांची सेवा केली पाहिजे
हभप ज्ञानेश्वर महाराज जोगदंड यांचे...
গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাৰ ৫৯ সংখ্যক স্মৃতি দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ
গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাৰ ৫৯ সংখ্যক স্মৃতি দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ
બોટાદ જિલ્લા 181 અભયમ મહિલા હેલ્પલાઇન ની સરાહનીય કામગીરી
બોટાદ જિલ્લા 181 અભયમ મહિલા હેલ્પલાઇન ની સરાહનીય કામગીરી