সমগ্ৰ দেশতে আজিৰে পৰা আৰম্ভ হৈছে শ্ৰী শ্ৰী দুৰ্গা পূজা । আজি সপ্তমী । মৰাণ নগৰৰ ঠাকুৰবাৰীতো আৰম্ভ হৈছে 58 সংখ্যক সাৰ্বজনীন শ্ৰী শ্ৰী শিৱ মন্দিৰ দুৰ্গা পূজা । আজি সপ্তমীৰ পুৱা মন্দিৰ পৰিচালনা সমিতি সৌজন্যত সমাজকৰ্মী গায়ত্ৰী বৰগোহাঞিৰ অৰ্থ সাহায্যত মূল তোৰণ, ৰামনিবাস বেৰিয়া আৰু বজৰঙ্গ লাল বেৰিয়াৰ অৰ্থ সাহায্যত ৰামচন্দ্ৰ বেৰিয়া, চন্দ্ৰ দেৱী বেৰিয়া আৰু সন্তোষ দেৱী বেৰিয়াৰ সোঁৱৰণীত 'জীৱন জল' নামৰ বিশুদ্ধ খোৱা পানী আঁচনি উন্মোচন কৰে ক্ৰমে দাতা গায়ত্ৰী বৰগোহাঞি আৰু থাওৰাৰ বিধায়ক সুশান্ত বৰগোহাঞিয়ে । অনুষ্ঠানটোৰ আঁত ধৰে মন্দিৰ পৰিচালনা সমিতিৰ সম্পাদক অকণ ভূঞাই ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ભોયણ ગામે રોડનું ખાતમુહૂર્ત કરાયું....
ભોયણ ગામે રોડનું ખાતમુહૂર્ત કરાયું....
প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ, বিষয় চৰাইদেউ মৈদাম ক্ষেত্ৰ
প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ, বিষয় চৰাইদেউ মৈদাম ক্ষেত্ৰ
જન્માષ્ટમીને લઈને રાધા-કૃષ્ણની મૂર્તિઓને કલાકારો દ્વારા આપવામાં આવી રહ્યો છે આખરી ઓપ
જન્માષ્ટમીને લઈને રાધા-કૃષ્ણની મૂર્તિઓને કલાકારો દ્વારા આપવામાં આવી રહ્યો છે આખરી ઓપ