সমগ্ৰ দেশতে আজিৰে পৰা আৰম্ভ হৈছে শ্ৰী শ্ৰী দুৰ্গা পূজা । আজি সপ্তমী । মৰাণ নগৰৰ ঠাকুৰবাৰীতো আৰম্ভ হৈছে 58 সংখ্যক সাৰ্বজনীন শ্ৰী শ্ৰী শিৱ মন্দিৰ দুৰ্গা পূজা । আজি সপ্তমীৰ পুৱা মন্দিৰ পৰিচালনা সমিতি সৌজন্যত সমাজকৰ্মী গায়ত্ৰী বৰগোহাঞিৰ অৰ্থ সাহায্যত মূল তোৰণ, ৰামনিবাস বেৰিয়া আৰু বজৰঙ্গ লাল বেৰিয়াৰ অৰ্থ সাহায্যত ৰামচন্দ্ৰ বেৰিয়া, চন্দ্ৰ দেৱী বেৰিয়া আৰু সন্তোষ দেৱী বেৰিয়াৰ সোঁৱৰণীত 'জীৱন জল' নামৰ বিশুদ্ধ খোৱা পানী আঁচনি উন্মোচন কৰে ক্ৰমে দাতা গায়ত্ৰী বৰগোহাঞি আৰু থাওৰাৰ বিধায়ক সুশান্ত বৰগোহাঞিয়ে । অনুষ্ঠানটোৰ আঁত ধৰে মন্দিৰ পৰিচালনা সমিতিৰ সম্পাদক অকণ ভূঞাই ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মৰিগাঁৱত মুকলি দবা প্ৰতিযোগিতা।
মৰিগাঁও জিলাৰ মুকলি দবা প্ৰতিযোগিতাত চেম্পিয়নৰ খিতাপ অৰ্জন কৰিছে কৌশিক বৰুৱাই । কালিৰে পৰা...
মঙলদৈৰ প্ৰীতিনগৰত স্কুটি আৰু বাইকৰ সংঘৰ্ষ।
মঙলদৈৰ প্ৰীতিনগৰত স্কুটি আৰু বাইকৰ সংঘৰ্ষ।
মঙলদৈৰ প্ৰীতিনগৰত শনিবাৰে দুপৰীয়া এক স্কুটি...
ગંભીર અકસ્માતમાં ઈજાગ્રસ્તોને સારવાર માટે મારૂતિ વાન ચાલકે રંગ રાખેલ
ગંભીર અકસ્માતમાં ઈજાગ્રસ્તોને સારવાર માટે મારૂતિ વાન ચાલકે રંગ રાખેલ
সীমান্ত ৰ কুমন্ত্রণাত ৰিনী পাগল : সংসাৰ ভাগিল মহানন্দৰ
সামাজিক নাটক 'দখল' এক দৃশ্যইৰ পুলকিত কৰাছিল সকলোৰে মন ৷
ৰানীৰ ভাওঁত অভিনয় কৰা পল্লিকাক সীমান্ত...
G20 Summit: जी-20 समिट को लेकर जबरदस्त तैयारियां! | Narendra Modi | Joe Biden | Delhi Police
G20 Summit: जी-20 समिट को लेकर जबरदस्त तैयारियां! | Narendra Modi | Joe Biden | Delhi Police