ডিব্ৰুগড় জিলাৰ।মৰাণ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ বামুনবাৰী ঘুগুলনি পথত পাল্টিমৰাৰ পৰা কথমপি ৰক্ষা পৰিল ৩২ টন চিমেণ্ট ভৰ্তি ট্ৰাক। শনিবাৰে AS 23 cc 8711 ট্ৰাক।চিমেণ্ট লৈ বামুনবাৰী পথৰ কাষত থকা side baam দুৰ্বল হোৱাৰ বাবে মাটিত লাগিধৰে। চালকে কোনোমতে ট্ৰাকখন পাল্টি মৰাৰ পৰা বচাই আনি এক ডাঙৰ দুৰ্ঘটনাৰ পৰা ৰক্ষাকৰে। কিয়নো কাষতে ইলেক্ট্ৰিকৰ খুটা।আৰু দোকান আছিল। পিছত বেলেগ ট্ৰাকত চিমেণ্ট উঠাই যদিও নিশা চেষ্টা কৰিও ট্ৰাকখন।উলিয়াব পৰা নগ'ল।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
CM Kejriwal News: प्रेस कॉन्फ्रेंस में CM Mann ने कहा- हमारे BOSS वापस आ गए, 100 मीटर तक सन्नाटा
CM Kejriwal News: प्रेस कॉन्फ्रेंस में CM Mann ने कहा- हमारे BOSS वापस आ गए, 100 मीटर तक सन्नाटा
টিংখাঙত মন্ত্ৰী বিমল বৰা অংশগ্ৰহণেৰে সজাগতা মূলক ত্ৰিৰংগা পতাকা প্ৰদৰ্শন শুভাযাত্ৰা
টিংখাঙত মন্ত্ৰী বিমল বৰা অংশগ্ৰহণেৰে সজাগতা মূলক ত্ৰিৰংগা পতাকা প্ৰদৰ্শন শুভাযাত্ৰা। দেশৰ...
કલા મહાકુંભ 2024/25 દાહોદ જિલ્લાના સ્પર્ધકો 20/12/24 સુધીમાં અરજી કરી શકશે
કલા મહાકુંભ ૨૦૨૪-૨૫ દાહોદ જિલ્લાના સ્પર્ધકો અને કલાકારોએ ૨૦/૧૨/૨૦૨૪ સુધી અરજીઓ મોકલી આપવાની...