ডিব্ৰুগড়ত তিনিদিনীয়া বৰ্নাধ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ডিব্ৰুগড় জিলা দিৱস। ১৯৭১ চনৰ ২ অক্টোবৰত প্ৰতিষ্ঠা লাভ কৰা ডিব্ৰুগড় জিলা দিৱসৰ দ্বিতীয় দিনৰ কাৰ্যসূচী উপলক্ষে ডিব্ৰুগড় জিলাৰ মৰাণত জিলা দিৱসৰ তোৰণ মুকলি কৰিলে ডিব্ৰুগড় জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে লগত উপস্থিত থাকে মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ। ডিব্ৰুগড় জিলা দিৱসৰ উপলক্ষ্যে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিষ্ঠা কৰা অস্থায়ী তোৰণ খন উদ্বোধনৰ সময়ত বিভিন্ন কাৰ্যসূচীৰ অনুষ্ঠিত হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
सिकंदरा में प्रसाद बेचने वाले दुकानदार की हत्या
आगरा: सिकंदरा में एक मंदिर के पास प्रसाद की दुकान चलाने वाले दुकानदार की देर रात हत्या कर दी गई।...
परभणी जिल्ह्यात सोनपेठ शहरात एकाच रात्री दोन दुकानासह एक घर फोडत लाखोचा ऐवज लंपास
परभणी जिल्ह्यात सोनपेठ शहरात एकाच रात्री दोन दुकानासह एक घर फोडत लाखोचा ऐवज लंपास
લકડીપોયડા ખાતે ૩જી ડિસેમ્બર વિશ્વ વિકલાંગ દિનની ઉજવણી કરવામાં આવી
લાલસર ક્લસ્ટરમાં અભ્યાસ કરતા ધોરણ ૧ થી ૧૨ના દિવ્યાંગ વિદ્યાર્થીઓ સાથે સરસ્વતી ઉ.બુ વિધાલય ખાતે...
મહેસાણા: સોમનાથ અને અંબાજી બાદ હવે મોઢેરા સૂર્ય મંદિરમાં પણ લાઈટ એન્ડ સાઉન્ડ શો યોજાશે
મહેસાણા: સોમનાથ અને અંબાજી બાદ હવે મોઢેરા સૂર્ય મંદિરમાં પણ લાઈટ એન્ડ સાઉન્ડ શો યોજાશે.
સૂર્ય...
পাঠ্যক্ৰম শেষ কৰিয়ে ১০০% চাকৰি পাব বিচৰা সকলৰ বাবে সুখবৰ
'নৰ্থ ইষ্টাৰ্ণ ফায়াৰ ছাৰ্ভিচেছ একাডেমি' (NEFSA)। এই কাৰিকৰী শিক্ষানুষ্ঠানটো পূৰ্বে নেচনেল একাডেমি...