ভাৰতৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আজাদী কি অমৃত মহোৎসৱৰ অধীনত প্ৰত্যেকৰ ঘৰে ঘৰে ত্ৰিৰংগা অভিযান সফল কৰাৰ লগতে জাতীয় পতাকাৰ প্ৰতি সন্মান আৰু দেশপ্ৰেমৰ মনোভাৱ প্ৰচাৰ কৰাৰ উদ্দেশ্যে চাৰিদুৱাৰৰ কটন মিলস্থিত চি আৰ পি এফ ৩০ বেটেলিয়নৰ উদ্যোগত চৰিদুৱাৰত এক বৃহৎ সমাৱেশৰ আয়োজন কৰে ৰাজহুৱা কৰা হৈছে। এই সমাৱেশৰ সময়ত চৰিদুৱাৰৰ সাপ্তাহিক বজাৰলৈ অহা লোকসকলক ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ নিজ নিজ ঘৰত জাতীয় পতাকা আৰু ত্ৰিৰংগা উত্তোলন কৰিবলৈ উৎসাহিত কৰা হৈছিল ভাৰত চৰকাৰৰ নিৰ্দেশনাত হৰ ঘৰ ত্ৰিৰঙা অভিযান সফল কৰিবৰ বাবে চি আৰ পি. এফৰ তৰফৰ পৰা লোৱা হৈছে বিশেষ কাৰ্য্যসূচী। বেটেলিয়নৰ কমাণ্ডেণ্ট শ্ৰী অৰুণ কুমাৰ মীনাৰ নেতৃত্বত ৰাহুল কান্ত সাহু দ্বিতীয় কমাণ্ডিং অফিচাৰৰ নেতৃত্বত আৰু অন্যান্য বিষয়া-জোৱানসকলৰ উপস্থিতিত এই বিশাল ৰেলীৰ আয়োজন কৰা এই ৰেলিত চৰিদুৱাৰ বালিপৰা আৰু ইয়াৰ কাষৰীয়া অঞ্চলৰ হাজাৰ হাজাৰ যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰা এই সমাৱেশত গাওঁবুঢ়া, বিশিষ্ট ব্যক্তি, সমাজকৰ্মী, আৰক্ষী আৰু প্ৰশাসনৰ বিষয়াসকলে অংশগ্ৰহণ কৰি বজাৰত উপস্থিত থকা মহিলা, শিশু, বৃদ্ধ, দোকানী সকলক উৎসাহিত কৰে। এই অনুষ্ঠানটো সফল কৰাৰ স্বাৰ্থত জনসভাত উপস্থিত সকলো ৰাইজে ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ নিজৰ ঘৰ-দুৱাৰ আৰু দোকানত ৰাষ্ট্ৰীয় পতাকা স্থাপনৰ ক্ষেত্ৰত অংশগ্ৰহণ কৰিবৰ বাবে উদগনী জনোৱা হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Karanataka Election 2023: जेपी नड्डा ने राहुल गांधी पर साधा निशाना, कहा- कांग्रेस खतरे में है, लोकतंत्र नहींं
नई दिल्ली, कर्नाटक विधानसभा चुनाव से पहले, भारतीय जनता पार्टी (भाजपा) के राष्ट्रीय...
KYC में आज Happiest Minds के MD & CFO, वेंकटरमन नारायणन संग कंपनी की Growth Strategy पर चर्चा
KYC में आज Happiest Minds के MD & CFO, वेंकटरमन नारायणन संग कंपनी की Growth Strategy पर चर्चा
મોરબી દુર્ઘટના બાદ પોલીસની કાર્યવાહીનો ધમધમાટ
મોરબી દુર્ઘટના બાદ પોલીસની કાર્યવાહીનો ધમધમાટ
મોરબી નગરપાલિકાના ચીફ ઓફિસર સંદીપસિંહ ઝાલાની...
Konkan news
https://www.starnewskokan.com/2022/08/blog-post_2.html