পুনৰ টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপাৰ মজিয়াত পদাৰ্পন কৰিব সংগ্ৰামী নেতা লোহিত গগৈয়ে। ৰাইজৰ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পদৰ পৰা পদত্যাগ কৰি পুনৰ টাইপাৰ মজিয়াত পদাৰ্পন কৰাৰ ইংগিত প্ৰদান কৰিছে নেতা গৰাকীয়ে। ইতিমধ্যে ৰাইজৰ দলৰ সভাপতি অখিল গগৈলৈ পদত্যাগ পত্ৰ লিখা লোহিত গগৈয়ে এই সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিছে। সম্পূৰ্ণ ব্যক্তিগত কাৰণত ৰাইজৰ দল ত্যাগ কৰা বুলি জানিবলৈ দি নেতাগৰাকীয়ে ৰাইজৰ দলৰ প্ৰতি কোনো ধৰণৰ বিদ্বেষ নাই বুলি মন্তব্য কৰিছে। আনহাতে টাই আহোম জনগোষ্ঠীৰ উত্তৰণৰ স্বাৰ্থত পুনৰ টাইপাৰ মঞ্চৰ জৰিয়তে কাম কৰি যোৱাৰ ইচ্ছা প্ৰকাশ কৰা লোহিত গগৈক সংগঠনটোৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰুদ্ৰসাগৰ বুঢ়াগোহাঁইও আদৰণি জনাইছে টাইপাৰ মজিয়ালৈ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Arvind Kejriwal Arrested: CM की गिरफ्तारी के बाद Delhi में सुरक्षा का सख्त पहरा, जगह-जगह बैरिकेडिंग
Arvind Kejriwal Arrested: CM की गिरफ्तारी के बाद Delhi में सुरक्षा का सख्त पहरा, जगह-जगह बैरिकेडिंग
Dinshaw Irani's Bold Stock Picks | Valuation के लिहाज से SBI बेहतर, IT और Pharma में अच्छी Growth
Dinshaw Irani's Bold Stock Picks | Valuation के लिहाज से SBI बेहतर, IT और Pharma में अच्छी Growth
ગળતેશ્વર ના વડુંમથક વાડદ ખાતે બસ સ્ટેન્ડમાં વર્ષો જૂનું દબાણ હટાવવામાં આવ્યું
ગળતેશ્વર તાલુકાના વાડદ ખાતે બસ સ્ટેન્ડમાં વર્ષોથી ખાનગી ફેમસ ભજીયા હાઉસના દુકાનદારે ગેરકાયદેસર...