কলিয়াবৰৰ বাগৰিত সংঘটিত হত্যাকাণ্ডৰ ৰহস্য ভেদ কৰিলে আৰক্ষীয়ে। সোমবাৰে কলিয়াবৰৰ বাগৰিত এগৰাকী মহিলাক খুকুৰীৰে ঘপিয়াই হত্যা কৰাৰ ঘটনা পোহৰলৈ আহিছিল। মুখত ক'লা কাপোৰ মাৰি পাঁচ দুৰ্বৃত্তই কাৰ্বি পাহাৰৰ নামনি বাগৰিত অঞ্জনা জেনা নামৰ মহিলাগৰাকীক ডিঙি কাটি হত্যা কৰি পলায়ন কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছিল।কিন্তু জখলাবন্ধা আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে ঘটনাৰ প্ৰকৃত ৰহস্য। বিদ্যুতৰ তাৰত লগা পত্নীক উদ্ধাৰ কৰিবলৈ গৈ বিদ্যুতৰ তাৰৰ পৰিৱৰ্তে পত্নীৰ ডিঙিত ঘাপ মাৰিছিল স্বামীয়ে। সম্প্ৰতি আৰক্ষীৰ জিম্মাত হত্যাকাৰী মন্টু কুৰুৱা।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
কাজিৰঙাত অসম বিধান সভাৰ ৰাজহুৱা হিচাপ নিৰীক্ষণ সমিতিৰ ১১ জনীয়া এক সজাঁতী দল
কাজিৰঙাত অসম বিধান সভাৰ ৰাজহুৱা হিচাপ নিৰীক্ষণ সমিতিৰ ১১ জনীয়া এক সজাঁতী দল। চৰকাৰী বিভিন্ন...
'कांग्रेस की 'भ्रष्टाचार की दुकानें' बंद होनी चाहिए' किरण रिजिजू ने इंडिया ब्लॉक को बताया भ्रष्ट लोगों का एक संघ
नई दिल्ली। केंद्रीय मंत्री किरेन रिजिजू ने मंगलवार को इंडिया ब्लॉक पर निशाना साधा। उन्होंने...
update Aditya Thakare on Tata air bus project in Gujrat
update Aditya Thakare on Tata air bus project in Gujrat
અમરેલી ગણેશ ઉત્સવને લઈને તડામાર તૈયારીઓ
અમરેલી ગણેશ ઉત્સવને લઈને તડામાર તૈયારીઓ
ಬೆಂಗಳೂರಿನ ಸಚಿವಾಲಯ ಕ್ಲಬ್ ನಲ್ಲಿ 'ರಾಜ್ಯ ಸರ್ಕಾರಿ ಎಸ್ಸಿ/ಎಸ್ಟಿ ನೌಕರರ ಸಮನ್ವಯ ಸಮಿತಿ' ವತಿಯಿಂದ "ಡಾ. ಬಿ.ಆರ್. ಅಂಬೇಡ್ಕರ್ ಪರಿನಿರ್ವಾಣ ದಿನ" ಹಾಗೂ 'ಸಮನ್ವಯ ಸಮಿತಿ ಸಂಸ್ಥಾಪನಾ ದಿನ' ಕಾರ್ಯಕ್ರಮ ನಡೆಯಿತು.
ಡಿಸೆಂಬರ್ 6, 2024
ಬೆಂಗಳೂರಿನ ಸಚಿವಾಲಯ ಕ್ಲಬ್ ನಲ್ಲಿ 'ರಾಜ್ಯ ಸರ್ಕಾರಿ ಎಸ್ಸಿ/ಎಸ್ಟಿ ನೌಕರರ ಸಮನ್ವಯ...