AS 05 P 2765 নং ALTO বাহনে মহতিয়াই নিলে এজন চাইকেল আৰোহীক । মুৰফুলনী বগীজান গড়কাপ্তানী পথত সংঘটিত হয় ঘটনা টো । সংকটজনক অৱস্থাত উদ্ধাৰ কৰি ৰাইজে চিকিৎসা লয়লৈ পেৰন কৰে লোকজনক । লোকজন নাহৰ বাৰী অঞ্চলৰ ধনাই দাস বুলি জানিব পৰা গৈছে । ঘটনা সংঘটিত কৰি পলায়নকৰে চালকজনে । গাড়ীখনৰ ক্ষতি সাধন কৰে উত্তেজিত জনতাই । ঘটনা স্থলীত বগীজান আৰক্ষী উপস্থিত হৈ ঘটনা সংঘটিত কৰা বাহন খন জব্দ কৰিছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
પાટડી પંથકની બે બાળકોની માતા પર તેના મામાજીના દીકરાએ દુષ્કર્મ આચરી ધમકી આપતા પોલીસ ફરિયાદ
પાટડી પંથકની બે બાળકોની માતા પર તેના જ સંબંધીએ વારંવાર દુષ્કર્મ આચર્યું હોવાની પોલીસ ફરિયાદ...
যোৰহাটত বিভাজন বিভীষিকা স্মৃতি দিৱসত অংশগ্ৰহণ বিত্ত মন্ত্ৰী অজন্তা নেওগৰ
যোৰহাট জিলা প্ৰশাসনে আজি যোৰহাট থিয়েটাৰ হলত আয়োজন কৰা বিভাজন বিভীষিকা স্মৃতি দিৱসত অসম চৰকাৰৰ...
गुजरात में AAP की नई मुसीबत, मोदी को 'नीच' कह घिरे गोपाल इटालिया; सफाई में अजब दलीलें
आम आदमी पार्टी (आप) के गुजरात प्रमुख गोपाल इटालिया उस वीडियो पर बुरी तरह घिर गए हैं, जिसमें वह...
শাৰদীয় দুৰ্গা পুজা ২৮ৰ পৰা ২অক্টোবৰলৈকে।ৰহাতো ব্যাপক প্ৰস্তুতি।দেৱীৰ গজত আগমন দোলাত গমন।
সমাগত শাৰদীয় দূৰ্গোৎসব,অহা ২৮চেপ্তম্বৰৰ পৰা ২অক্টোবৰ লৈকে অনুষ্ঠিত হব শাৰদীয় দুৰ্গা...
કેશોદ ના અગતરાય,અજાબ,બાલાગામ ખાતે અગ્નિપથ યોજના અંતર્ગત સેમીનાર યોજાયો બહોળી સંખ્યામાં યુવાનો જોડાયા
કેશોદ ના અગતરાય,અજાબ,બાલાગામ ખાતે અગ્નિપથ યોજના અંતર્ગત સેમીનાર યોજાયો બહોળી સંખ્યામાં યુવાનો જોડાયા