ত্ৰয়োদশ বিত্তীয় আয়োগৰ ধনেৰে নিৰ্মাণ আৰু মেৰামতি কৰা সোণাৰি উন্নয়ন খণ্ডৰ কাৰ্যালয় গৃহটি আজি শুভ উদ্বোধন কৰা হয়। কাৰ্যালয় গৃহটিৰ শুভ উদ্বোধন কৰে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। উক্ত উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি এখনি সভাও অনুষ্ঠিত হয়। সোণাৰি উন্নয়ন খণ্ডৰ খন্ড উন্নয়ন বিষয়া ৰেনু দেউৰীৰ পৌৰহিত্যত অনুষ্ঠিত সভাত উপস্থিত থাকে জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া বিদিত দাস, বিজেপিৰ ৰাজ্যিক সদস্য দিলীপ কোঁৱৰ, আঞ্চলিক পঞ্চায়তৰ সভাপতি সঞ্জীৱ বিশ্বাস, জিলা পৰিষদৰ সদ্য বিদায়ী সহকাৰী অভিযন্তা সোনাৰাম বৰুৱাৰ লগতে বহু কেইগৰাকী বিশিষ্ট অতিথি। আনহাতে দক্ষ, নিষ্ঠাবান বিষয়া সোনাৰাম বৰুৱাৰ বিদায় ক্ষনত উপস্থিত থাকি তেখেতক বিদায় সম্ভাষন জনোৱাৰ লগতে সু-স্বাস্থ্য কামনা কৰে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
પાંચ રાજ્યોમાં પૂર જેવી સ્થિતિ સર્જાઈ, એમપી-રાજસ્થાનના ઘણા જિલ્લાઓમાં આજે પણ શાળાઓ રહેશે બંધ
દેશના અનેક રાજ્યોમાં વરસાદે ઉગ્ર સ્વરૂપ ધારણ કર્યું છે. મધ્યપ્રદેશ, રાજસ્થાન અને હિમાચલમાં પૂર...
G20 Summit Updates: Delhi में अमेरिकी कमांडो की चप्पे-चप्पे पर नज़र! Delhi News
G20 Summit Updates: Delhi में अमेरिकी कमांडो की चप्पे-चप्पे पर नज़र! Delhi News
৮১ বছৰ পুৰণি এখন পতাকা সংৰক্ষণ মুক্তিযুঁজাৰু ঢকুৱাখনাৰ শ্ৰীশ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰৰ শিৱ চন্দ্ৰ দেৱগোস্বামীৰ পৰিয়ালে
দেশৰ স্বাধীতাৰ পূৰ্বেই ব্যৱহাৰ কৰা এখন পতাকা আজিও সযতনে সংৰক্ষণ কৰি থৈছে স্বাধীনতা সংগ্ৰামী,...
ಬೆಂಗಳೂರಿನ ಜೆ.ಪಿ ನಗರ ಸಾಂಸ್ಕೃತಿಕ ಅಸೋಸಿಯೇಷನ್ ಸಭಾಂಗಣದಲ್ಲಿ 'ಕರ್ನಾಟಕ ರಾಜ್ಯ ಸರ್ಕಾರಿ ತಿಗಳ ನೌಕರರ/ವೃತ್ತಿಪರರ ಸಂಘ'ದ ವತಿಯಿಂದ 'ಸಾಧಕರಿಗೆ ಸನ್ಮಾನ ಸಮಾರಂಭ' ಆಯೋಜಿಸಲಾಗಿತ್ತು.
ಡಿಸೆಂಬರ್ 24, 2024
ಬೆಂಗಳೂರಿನ ಜೆ.ಪಿ ನಗರ ಸಾಂಸ್ಕೃತಿಕ ಅಸೋಸಿಯೇಷನ್ ಸಭಾಂಗಣದಲ್ಲಿ 'ಸಾಧಕರಿಗೆ ಸನ್ಮಾನ...