আজি চৰাইদেউ জিলাৰ অন্তৰ্গত মাহমৰা সমষ্টি আৰু সোণাৰি সমষ্টিত হৰ ঘৰ ত্ৰিৰংগা কাৰ্য্যসূচী সফল কৰাৰ উদ্দেশ্য বিজেপি দলৰ দুখনকৈ সভা অনুস্থিত কৰা হয়।

অসম প্ৰদেশ বিজেপিৰ  উপ সভাপতি জয়ন্ত কুমাৰ দাস ডাঙৰীয়া উপস্থিত থাকি দলীয় কাৰ্যকৰ্তা সকলক মাৰ্গ দৰ্শন কৰে। উক্ত সভাত  বুথ সভাপতি সকল, শক্তি কেন্দ্ৰ আহ্বায়ক সকল, পঞ্চায়ত প্ৰতিনিধি, মণ্ডল বিষয়ববিয়া, জিলা বিষয় ববিয়া, ৰাজ্যিক সদস্য, মণ্ডল তথা জিলা মৰ্চাৰ বিষয় ববিয়া সকল উপস্থিত থাকে।