আহোম জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদান কৰাৰ ক্ষেত্ৰত চৰকাৰৰ দায়িত্ব আছে আৰু চৰকাৰ জনজাতিকৰণৰ পক্ষত আছে। সেয়েহে চৰকাৰে বিশেষজ্ঞ সমিতিৰ জৰিয়তে মডেলিটি প্ৰস্তুতৰ ব্যৱস্থা গ্ৰহণ কৰিছে। বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদনৰ পাছতেই প্ৰক্ৰিয়া অনুসৰি আহোম জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদান কৰাৰ ক্ষেত্ৰত চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব। এই মন্তব্য ৰাজ্যৰ কেবিনেট মন্ত্ৰী যোগেন মহনৰ। আনহাতে আহোম জনগোষ্ঠীৰ এগৰাকী মন্ত্ৰী হিচাপে জনগোষ্ঠীটোৰ উত্তৰণৰ বাবে জনজাতিৰ মৰ্যদা প্ৰদান কৰাৰ পক্ষত আছে বুলি আজি সোণাৰিত সংবাদ মাধ্যমৰ আগত অৱগত কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
आड़ा गेला बालाजी मंदिर में दान पेटी तोड़ते चोर सीसीटीवी कैमरे में कैद केशोरायपाटन
आड़ा गेला बालाजी मंदिर में दान पेटी तोड़ते चोर सीसीटीवी कैमरे में कैद केशोरायपाटन
Motilal Oswal Bullish On Lemon Tree Hotel | क्यों है इस Stock पर सबकी नजर? 2024 में बढ़ेगा मुनाफा?
Motilal Oswal Bullish On Lemon Tree Hotel | क्यों है इस Stock पर सबकी नजर? 2024 में बढ़ेगा मुनाफा?
ગુજરાતનો મહાઠગ કાશ્મીરમાં સરકારી ખર્ચે, ઝેડ પ્લસ સુવિધા સાથે મોજ કરી, અંતે ભાંડો ફૂટ્યો....
ગુજરાતનો મહાઠગ કાશ્મીરમાં સરકારી ખર્ચે, ઝેડ પ્લસ સુવિધા સાથે મોજ કરી, અંતે ભાંડો ફૂટ્યો....
નસવાડી તાલુકા સરપંચ પરિષદ દ્વારા તલાટી મંડળની હડતાલ નો સુખદ ઉકેલ લાવવા અપાયું આવેદન
સરપંચ પરિષદ ગુજરાતના બેનર હેઠળ નસવાડી મામલતદાર તેમજ તાલૂકા વિકાસ અધિકારી નસવાડીના સરપંચ તેમજ...