সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আজি সদৌ ওদালগুৰি জিলা ছাত্ৰ সন্থাইও নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধৰ দাবীত NHPCৰ প্ৰতিকী দাহ কাৰ্য্যসূচী ৰূপায়ণ কৰে। ওদালগুৰি চহৰত ৰূপায়ণ কৰা উক্ত কাৰ্য্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক বিতোপন দাস , সদৌ ওদালগুৰি জিলা ছাত্ৰ সন্থাৰ সভাপতি প্ৰাঞ্জল পাটোৱাৰী , সাধাৰণ সম্পাদক বিপুল লহকৰৰ লগতে বহু কেইজন আছু নেতা উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
দৰংত কভিড ১৯ তৃতীয় পালি টীকাকৰণৰ অমৃত মহোৎসৱৰ শুভাৰম্ভণি কৰা হয়
ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে আজি দৰঙটো ক'ভিড ১৯ টীকাকৰণৰ অমৃত মহোৎসৱৰ শুভ উদ্বোধন কৰা হয়। মঙ্গলদৈ...
আজি 13th APBNত 35 সংখ্যক প্ৰতিষ্ঠা দিৱস
আজি 13th APBNত 35 সংখ্যক প্ৰতিষ্ঠা দিৱস
Vivo ला रहा 32MP सेल्फी कैमरा और 5000 mAh बैटरी वाला 5G स्मार्टफोन, कब होगा लॉन्च?
वीवो जल्द अपना नया स्मार्टफोन Vivo Y300+ 5G लॉन्च करने वाला है। लॉन्च से पहले इसके कई...