সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আজি সদৌ ওদালগুৰি জিলা ছাত্ৰ সন্থাইও নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধৰ দাবীত NHPCৰ প্ৰতিকী দাহ কাৰ্য্যসূচী ৰূপায়ণ কৰে। ওদালগুৰি চহৰত ৰূপায়ণ কৰা উক্ত কাৰ্য্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক বিতোপন দাস , সদৌ ওদালগুৰি জিলা ছাত্ৰ সন্থাৰ সভাপতি প্ৰাঞ্জল পাটোৱাৰী , সাধাৰণ সম্পাদক বিপুল লহকৰৰ লগতে বহু কেইজন আছু নেতা উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
शर्मनाक! परिवार के सामने 4 बदमाशों ने 3 महिलाओं के साथ किया गैंगरेप; एक अन्य महिला की मौत
हरियाणा के पानीपत से शर्मसार करने वाली घटना सामने आई है। यहां तीन महिलाओं के साथ उसके परिवार के...
UP Paper Leak को लेकर Akhilesh Yadav ने Yogi Government पर क्या आरोप लगाए? RO ARO Exam
UP Paper Leak को लेकर Akhilesh Yadav ने Yogi Government पर क्या आरोप लगाए? RO ARO Exam
তিলৈ নগৰ সমবায় সমিতিৰ গঠনৰ বাবে আজি মনোনয়ন পত্ৰ দাখিল কৰিলে বিজেপি দলৰ সদস্য সকলে
তিলৈ নগৰ সমবায় সমিতিৰ গঠনৰ বাবে আজি মনোনয়ন পত্ৰ দাখিল কৰিলে বিজেপি দলৰ সদস্য সকলে