বৃহস্পতিবাৰে পুৱাই দেৰগাঁৱত সংঘটিত হয় এক পথ দুৰ্ঘটনা।এখন ৱাগেনাৰ বাহন আৰু আপাচি বাইকৰ সংঘৰ্ষৰ ফলত সংঘটিত হয়।শান্তিপূৰৰ ৰাষ্ট্ৰীয় পথত সংঘটিত হোৱা এই দুৰ্ঘটনাটোত বাইক আৰোহী বিপ্লৱ জ্যোতি বৰাৰ গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত হয়।গুৰুতৰভাৱে আহত যুৱকজনক সংকজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও যুৱকজনৰ মৃত্যু হয়।উল্লেখযোগ্য নিহত যুৱকজনৰ ঘৰ আছিল দেৰগাঁৱৰ বগৰীয়নিত।যুৱক জনে শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ গোলাঘাট জিলা শাখাৰ কাৰ্যালয় সম্পাদক হিচাপে কৰ্মৰত হৈ আছিল
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
कॉमर्शियल गैस सिलेंडर 16.50 रुपए तक महंगा:फ्री आधार अपडेट की डेडलाइन हो रही खत्म, दिसंबर में होने वाले 6 बदलाव
1 दिसंबर 2024 से 19 किलो वाला कॉमर्शियल गैस सिलेंडर 16.50 रुपए तक महंगा हो गया है। दिल्ली में अब...
MONIN launches its second Indian flagship 'Experience Studio' in
Bengaluru
MONIN launches its second Indian flagship 'Experience Studio' in
Bengaluru
Bengaluru, 13th June...
ડીસામાં સગીર સાથે બે શખ્સોએ સામૂહીક સૃષ્ટિ વિરુદ્ધનું કૃત્ય આચરતાં ચકચાર
ડીસા તાલુકાના એક ગામમાં નવમા ધોરણમાં અભ્યાસ કરતા વિદ્યાર્થી પર ક્લાસના જીએસ સહિત બે શખસો સામૂહિક...
नगर-पुणे महामार्गावर बस व कंटेनरचा अपघात
नगर: नगर-पुणे महामार्गावर सोमवारी दुपारी कामरगाव (ता. पारनेर) येथे एसटी बस व कंटेनर यांच्यात...