দেশৰ প্ৰধান মন্ত্ৰীৰ জন্ম দিন উপলক্ষে দেশ জুৰি পালন কৰি অহা সেৱা পষেক কাৰ্যসূচীৰ অংশ স্বৰূপে চৰাইদেউ জিলা ভিত্তিত বিজেপি চৰাইদেউ জিলা সমিতিৰ উদ্যোগত আজি সোণাৰিৰ অসম চাহ কৰ্মচাৰী সংঘৰ কাৰ্যালয়ত অনুষ্ঠিত প্ৰবুদ্ধ ব্যক্তিৰ সন্মিলনত অংশগ্ৰহণ কৰে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। প্ৰবুদ্ধ ব্যক্তিৰ সন্মিলন উপলক্ষে Modi@20Dreams Meet Delivery গ্ৰন্থ উন্মোচন কৰা হয় এই অনুষ্ঠানতে। উক্ত সভাত উপস্থিত থাকে বিজেপি চৰাইদেউ জিলা সমিতিৰ সভাপতি লক্ষ্মীনাথ তাছা, সোণাৰি পৌৰসভাৰ পৌৰপতি তিলক চন্দ্ৰ নেওগ, সোণাৰি মহাবিদ্যালয়ৰ প্ৰবক্তা সুনীল দত্ত সাপেখাতী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অবসৰ প্ৰাপ্ত বিষয় শিক্ষক অজিত বৰদলৈ, জিলা সাধাৰণ সম্পাদক অজন্ত বৰুৱা, বিজেপি ৰাজ্যিক সদস্য কাজল দে, দিলীপ কোঁৱৰ, হৰেন কাকতি, অবিচি বৰ্ডৰ ৰাজেন গগৈ প্ৰমুখ্যে শতাধিক দলীয় কাৰ্যকৰ্তা।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
संविधान दिवस 26 नवंबर पर होंगे विविध कार्यक्रम
संविधान दिवस 26 नवम्बर, 2024 के अवसर पर विविध कार्यक्रम आयोजित किए जाएंगे।
सूचना एवं जनसंपर्क...
PM Modi Nomination: नामांकन से पहले गंगा स्नान के लिए अस्सी घाट पहुंचेंगे PM मोदी | Aaj Tak
PM Modi Nomination: नामांकन से पहले गंगा स्नान के लिए अस्सी घाट पहुंचेंगे PM मोदी | Aaj Tak
आमदार संदीप क्षीरसागर यांनी नवगण राजुरी येथील गणपतीची केली आरती@india report
आमदार संदीप क्षीरसागर यांनी नवगण राजुरी येथील गणपतीची केली आरती@india report