শণিবাৰে ভাদ মাহৰ মাহজোৰা নাম কীৰ্তনৰ অন্তিম দিন । দুৱৰা গাঁৱ নামঘৰত আজি সামৰণি পৰে মাহজোৰা নাম কীৰ্তনৰ
শণিবাৰে পৱিত্ৰ ভাদ মাহৰ অন্তিম দিন । অসমৰ প্ৰান্তে প্ৰান্তে বিভিন্ন নামঘৰ সত্ৰ সমুহত মাহজোৰা নাম কীৰ্তনৰ আয়োজন কৰা হয় । আজি নামঘৰ সত্ৰ সমুহত মাহজোৰি চলা নাম কীৰ্তন সামৰণি পৰে । দ'লবাগান সাৰ্বজনীন বৰ নামঘৰ , দুৱৰা গাঁওটো শণিবাৰে মাহজোৰা নাম কীৰ্তনৰ সামৰি মৰা হয় । গাঁওৰ বিভিন্ন জনে শৰাই আগবঢ়াই মংগল কামনা কৰে । মাহজোৰি হৰি নামৰ ধনিৰে মুখৰিত হৈ থকা নামঘৰৰ পৰিবেশ নিজম হৈ পৰে।