১০৯ নং বিহপুৰীয়া বিধানসভা সমষ্টিৰ বিজেপি বিধায়ক ড° অমিয় কুমাৰ ভূঞাৰ বিকাশ আৰু সমন্বয় যাত্ৰাৰ এবছৰীয়া কাৰ্যকালৰ কৰ্মআচঁনি আৰু খতিয়ান পুঁথি আজি সমষ্টিটোত বিতৰণ কৰা হয় ৷ নাৰায়ণপুৰ প্ৰেছ ক্লাবত আনুষ্ঠানিক ভাৱে উন্মোচন কৰা পুস্তিকা খন বিজেপি দলৰ বিষয়ববীয়া আৰু কাৰ্যকৰ্তাসকলে আজিৰে পৰা পঞ্চায়তে পঞ্চায়তে দলীয় কৰ্মী আৰু সৰ্বসাধাৰণৰ বাবে বিতৰণ কৰে ৷ বিধায়কগৰাকীৰ কৰ্মআচঁনি সম্পৰ্কে সমষ্টিবাসীক অৱগত কৰিবলৈ হাতত লৈছিল পুস্তিকা প্ৰকাশৰ কাৰ্য ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
প্ৰধানমন্ত্ৰী জন্ম দিন উপলক্ষে জিলা চিকিৎসালয়ত ৰক্তদান কাৰ্যসূচী যুৱ মৰ্চাৰ।
প্ৰধানমন্ত্ৰী জন্ম দিন উপলক্ষে জিলা চিকিৎসালয়ত ৰক্তদান কাৰ্যসূচী যুৱ মৰ্চাৰ।
વિધાનસભા સામાન્ય ચુંટણી 2022: પાટણ જિલ્લા માં વિધાનસભાની ચાર બેઠકો માટે રવાના કરાયા EVM
પાટણ, રાધનપુર
વિધાનસભા સામાન્ય ચૂંટણી-2022: પાટણ જિલ્લામાં વિધાનસભાની ચાર બેઠકો માટે રવાના...
Loksabha Election 2024 : लोकसभा चुनाव 2024 से पहले PM मोदी ने BJP पदाधिकारियों को दिया जीत मंत्र | A
Loksabha Election 2024 : लोकसभा चुनाव 2024 से पहले PM मोदी ने BJP पदाधिकारियों को दिया जीत मंत्र | A
अतिरिक्त पुलिस अधीक्षक उमा शर्मा ने राजकीय जिला आयुर्वेद चिकित्सालय बूंदी में पंचकर्म विशिष्टता कैंद्र का निरीक्षण
आज पुष्यनक्षत्र के अवसर पर अतिरिक्त पुलिस अधीक्षक उमा शर्मा ने राजकीय जिला आयुर्वेद चिकित्सालय...
'Rising Rajasthan से देश का सबसे अच्छा राज्य बनेगा राजस्थान', भूपेंद्र यादव बोले- विश्वसनीयता यहां की सबसे बड़ी ताकत
राइजिंग राजस्थान ग्लोबल इन्वेस्टमेंट समिट के दूसरे दिन जयपुर में केंद्रीय पर्यावरण भूपेंद्र यादव...