চিলাপথাৰত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা, গুৰুত্ব ভাবে এজন আহত , উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰৰণ

চিলাপথাৰত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা ৷ অচিনাক্ত বাইকে মহতিয়ালে চাইকেল আৰোহীক৷গুৰুত্বৰভাৱে আহত এজন বিকলাংগ যুৱক। আহত যুৱকজন চিলাপথাৰ ফুলবাৰীৰ বলৰাম ছেত্ৰী বুলি জানিব পৰা গৈছে। যুৱকজনক চিলাপথাৰ আদর্শ চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও গুৰুত্ব ভাবে আহত ব্যক্তিজনক উন্নত চিকিৎসাৰ বাবে নিশাই ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয় । ইফালে ঘটনা সংঘটিত কৰি বাইকসহ চালক জনে পলায়ন কৰে । চিলাপথাৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।