ছ'ছিয়েল মেডিয়াত ক'লা পতাকা প্ৰদৰ্শন কৰি আঙুৰলতাৰ বিৰুদ্ধে প্ৰতিবাদ । বিজেপিৰ মহিলা মৰ্চাৰ নেত্ৰী আঙুৰলতা ডেকাক গ্ৰেপ্তাৰ নকৰা পৰ্যন্ত টাই আহোম যুৱ পৰিষদ অসম (টাইপা)ৰ সকলো কৰ্মকৰ্তাই ছ'ছিয়েল মেডিয়াত নিজৰ নিজৰ প্ৰফাইলত ক'লা পতাকা প্ৰদৰ্শন কৰি প্ৰতিবাদ সাব্যস্ত কৰিব বুলি টাইপাৰ কেন্দ্ৰীয় সমিতিৰ নেতা উত্তম দিহিঙীয়াই স্পষ্ট কৰি দিছে। উল্লেখযোগ্য যে নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি দৌপ্ৰদী মূৰ্মুক অপমান কৰাৰ প্ৰতিবাদত ব্ৰটদ্ৰৱা সমষ্টিৰ প্ৰাক্তন বিধায়িকা তথা বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাৰ নেতৃত্বত উলিওৱা প্ৰতিবাদী কাৰ্যসূচীত আহোম জনগোষ্ঠীক মুৰ্দাবাদ ধ্বনি দিয়াৰ অভিযোগ উঠিছিল আঙুৰলতা ডেকাৰ বিৰুদ্ধে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
અમરેલી જિલ્લા ના ભાગેડુ ૧૦ ગુન્હેગારો અંગે બાતમી -માહિતી આપનાર ને રૂ.૧૦૦૦૦/-નું ઇનામ ની જાહેરાત.કરતી અમરેલી જિલ્લા પોલીસ
અમરેલી જિલ્લાના ગંભીર ગુનાઓના ટોપ – ૧૦ નાસતા ફરતા આરોપીઓ કરતી અમરેલી પોલીસ.
પોલીસ...
কাকপথাৰ ৰাধাকৃষ্ণন একাডেমীত ১৪অসম ৰেজিমেন্ট, কাকপথাৰ সেনা চাউনীৰ উদ্যোগত Vigilance Awareness Week পালন
কাকপথাৰ ৰাধাকৃষ্ণন একাডেমীত ১৪অসম ৰেজিমেন্ট,কাকপথাৰ সেনা ছাউনীৰ উদ্যোগত Vigilance Awarness Week পালন
સાવરકુંડલા તાલુકાના વીજપડી ગામે 16.07.2023 ના રોજ માધવ સેવા ટ્રસ્ટ દ્વારા આંખનોનિદાન કેમ્પ યોજાયો..
સાવરકુંડલા તાલુકાના વીજપડી ગામે 16.07.2023 ના રોજ માધવ સેવા ટ્રસ્ટ દ્વારા આંખનોનિદાન કેમ્પ યોજાયો..
3 दिग्गज खिलाड़ियों के बीच Portfolio का दमदार मुकाबला, कौन मारेगा बाजी?|Khiladi No.1 | Business News
3 दिग्गज खिलाड़ियों के बीच Portfolio का दमदार मुकाबला, कौन मारेगा बाजी?|Khiladi No.1 | Business News
गुनौर पुलिस की तत्परता से बलात्कार का आरोपी गिरफ्तार भेजा गया जेल
गुनौर : दिनांक 04/10/23 को...