আজাদী কা অমৃত মহোৎসৱ" ৰ লগত সংগতি ৰাখি আজি ভাৰতীয় ষ্টেট বেংক সোণাৰী শাখাত "পেঞ্চনাৰ সকলৰ সৈতে এটি দিন" উদযাপন কৰা হয় | আজিৰ এই সভাত মূখ্য অতিথি হিচাপে ভাগ লৈ ভাৰতীয় ষ্টেট বেংক, যোৰহাট মণ্ডলৰ উপ মহা প্ৰবন্ধক শ্ৰী জিতেন্দ্ৰ কান্ত ঠাকুৰ ই বক্তব্য আগবঢ়াই পেঞ্চনাৰ সকলক বেংকে আগবঢ়োৱা বিভিন্ন সেৱাৰ বিষয়ে অৱগত কৰে | সভাত উপস্থিত থাকি চৰাইদেও জিলাৰ চিনিয়ৰ চিটিজেন সম্মিলন ৰ সম্পাদক শ্ৰী ললিত ফুকন, চৰাইদেও জিলা অৱসৰ প্ৰাপ্ত শিক্ষক কৰ্মচাৰী পৰিষদৰ সভাপতি শ্ৰী ৰবি ঘোষ, চৰাইদেও জিলাৰ পেঞ্চনাৰ সন্থা জিলা সমিতিৰ সহ সাঃ সম্পাদক শ্ৰী মনি ৰাম গগৈ আৰু বেংক শাখাটোৰ মূখ্য প্ৰবন্ধক শ্ৰী সুনিত মজুমদাৰে পেঞ্চন সম্বন্ধীয় বক্তব্য আগবঢ়ায় | বেংক শাখাটোৰ কৰ্মচাৰী আশ্ৰফ আহমেদে অনলাইন জালিয়াতিৰ পৰা কিদৰে ৰক্ষা পাব পাৰি এই বিষয়ে পেঞ্চনাৰ সকলক অৱগত কৰে | উল্লেখযোগ্য যে, ভাৰতীয় ষ্টেট বেংকে ভাৰত চৰকাৰৰ আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি ১ আগষ্ট ২০২২ ৰ পৰা ১২ আগষ্ট ২০২২ লৈকে গ্ৰাহক সকলক লৈ এলানি কাৰ্যসুচী হাতত লৈছে | ইয়াৰ ভিতৰত পেঞ্চনাৰ মিট, চিকিৎসকক সম্বৰ্ধনা, বিশিষ্ট চৰকাৰী বিষয় ববীয়াৰ সম্বৰ্ধনা ইত্যাদি উল্লেখযোগ্য | সভা খনতে ভাৰতীয় ষ্টেট বেংকৰ ষ্টাফ পেঞ্চনাৰ তথা স্থানীয় সমাজ সেৱক মানিক কোৱঁৰৰ অকাল বিয়োগত গভীৰ শোঁক প্ৰকাশ কৰে |
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
PM Modi Parliament Speech LIVE: जब गुस्से से तमतमा गए पीएम मोदी! Modi On Opposition | Adani | Rahul
PM Modi Parliament Speech LIVE: जब गुस्से से तमतमा गए पीएम मोदी! Modi On Opposition | Adani | Rahul
Terror Threat Call | धमकीचा संदेश लाहोरमधून आल्याचे स्पष्ट ! ; सुरक्षा यंत्रणांनी साधला संपर्क
Terror Threat Call | धमकीचा संदेश लाहोरमधून आल्याचे स्पष्ट ! ; सुरक्षा यंत्रणांनी साधला संपर्क
આજે ગઝલકાર મનહર ઉધાસ ચૂંટણી પહેલા ગુજરાતની આ પાર્ટીનો ખેસ પહેરશે
ગુજરાતમાં ચૂંટણીનું આ વર્ષ છે ત્યારે ચૂંટણી પહેલા એક પાર્ટીમાંથી બીજી પાર્ટીમાં જવાનો...
સામાજિક વિજ્ઞાન ના શિક્ષક નો નવતર અભિગમ.
સમીની પી આર.પરમાર હાઇસ્કૂલના વિદ્યાર્થીઓએ સિવિલ કોર્ટની મુલાકાત લીધી.,સામાજિક વિજ્ઞાનના શિક્ષકનો...