বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত পশ্চিম বড়িগোগ সাৰ্ব্বজনীন শ্ৰীশ্ৰী দুৰ্গাপূজা,দেহাৰকুছিৰ এইবেলি ৫৯ তম বৰ্ষৰ বাবে বিস্তৃত কাৰ্য্যসূচীৰে আয়োজন কৰিছে৷একৰ পৰা পাচ অক্টোবৰলৈ আয়োজিত পূজাৰ আধ্যাত্মিক কাৰ্য্যসূচীৰ লগতে সপ্তমী আৰু অষ্টমী নিশা আমন্ত্ৰিত নাগাৰা নামৰ উপৰিও মহানৱমীৰ নিশা এখনি বৰ্নিল সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰিছে৷সাংস্কৃতিক সন্ধিয়াত অসমৰ জনপ্ৰিয় কন্ঠশিল্পী গৌৰাঙ্গ ৰাগ আৰু অপৰ্না ৰাণীয়ে অংশগ্ৰহণ কৰিব৷তদুপৰি অহা সাত আৰু আঠ অক্টোবৰত শ্ৰীশ্ৰী দুৰ্গামন্দিৰৰ সাহাৰ্য্যথে দুটি নিশাৰ বাবে অসমৰ আগশাৰীৰ ভ্ৰাম্যমাণ থিয়েটাৰ দল ৰাজতিলক থিয়েটাৰক আমন্ত্ৰণ জনাইছে৷ৰাইজৰ সহযোগিতা কামনা কৰিছে পৰিচালনা সমিতিয়ে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Mood of the Nation 2024: 'एमपी में BJP 29 की 29 सीटें जीतेगी’, सर्वे पर बोले Shivraj Singh Chouhan
Mood of the Nation 2024: 'एमपी में BJP 29 की 29 सीटें जीतेगी’, सर्वे पर बोले Shivraj Singh...
અખિલ ભારતીય ઓબીસી મહાસભા નુ અમરેલી જિલ્લા બંક્ષીપંચ અધિવેશન બેઠક સાવરકુંડલા ખાતે યોજાઈ
અખિલ ભારતીય ઓબીસી મહાસભા નુ અમરેલી જિલ્લા બક્ષીપંચ અધિવેશન સાવરકુંડલા મા યોજાયુ
અખિલ...
आग की चपेट में आने से किसान झुलसा जिला अस्पताल में इलाज जारी।
नमाना थाना क्षेत्र के पालकिया गांव में मंगलवार सुबह खेत की बाड जलाते समय एक किसान बुरी तरह से...
જસદણ ધારાસભ્ય કુંવરજીભાઈ બાવળીયા હસ્તે આંબરડી વિકાસ કામો ખાતમુહૂર્ત કરવામાં આવ્યું
આંબરડી 75 લાખ વીવીધ યોજના ઓ કામો ખાતમુહૂર્ત આંબરડી મુળવાનાથ જગય ફરતે પેપર બલોક રોડ સ્મશાનમાં રુમ...