বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত পশ্চিম বড়িগোগ সাৰ্ব্বজনীন শ্ৰীশ্ৰী দুৰ্গাপূজা,দেহাৰকুছিৰ এইবেলি ৫৯ তম বৰ্ষৰ বাবে বিস্তৃত কাৰ্য্যসূচীৰে আয়োজন কৰিছে৷একৰ পৰা পাচ অক্টোবৰলৈ আয়োজিত পূজাৰ আধ্যাত্মিক কাৰ্য্যসূচীৰ লগতে সপ্তমী আৰু অষ্টমী নিশা আমন্ত্ৰিত নাগাৰা নামৰ উপৰিও মহানৱমীৰ নিশা এখনি বৰ্নিল সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰিছে৷সাংস্কৃতিক সন্ধিয়াত অসমৰ জনপ্ৰিয় কন্ঠশিল্পী গৌৰাঙ্গ ৰাগ আৰু অপৰ্না ৰাণীয়ে অংশগ্ৰহণ কৰিব৷তদুপৰি অহা সাত আৰু আঠ অক্টোবৰত শ্ৰীশ্ৰী দুৰ্গামন্দিৰৰ সাহাৰ্য্যথে দুটি নিশাৰ বাবে অসমৰ আগশাৰীৰ ভ্ৰাম্যমাণ থিয়েটাৰ দল ৰাজতিলক থিয়েটাৰক আমন্ত্ৰণ জনাইছে৷ৰাইজৰ সহযোগিতা কামনা কৰিছে পৰিচালনা সমিতিয়ে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Tata के पॉपुलर मॉडल Punch के CNG, Petrol वेरिएंट की बढ़ी मांग; खरीदने से पहले चेक करें वेटिंग पीरियड
Tata Punch CNG Petrol waiting period टाटा की सबसे किफायती कार एसयूवी पंच को लोगों द्वारा काफी...
North Korea के सुप्रीम लीडर Kim Jong Un Hamas को हथियार दे रहे हैं? रिपोर्ट में ये सामने आया
North Korea के सुप्रीम लीडर Kim Jong Un Hamas को हथियार दे रहे हैं? रिपोर्ट में ये सामने आया
Parliament Security Breach पर विदेशी मीडिया में क्या-क्या छपा?
Parliament Security Breach पर विदेशी मीडिया में क्या-क्या छपा?
Russia Ukraine War: रूस को युद्ध के इस मोर्चे पर क्यों और कैसे बढ़त मिली (BBC Hindi)
Russia Ukraine War: रूस को युद्ध के इस मोर्चे पर क्यों और कैसे बढ़त मिली (BBC Hindi)