ৰাজা ৰামমোহন ৰায় লাইব্ৰেৰী ফাউণ্ডেচন আৰু সাংস্কৃতিক মন্ত্ৰণালয়ৰ উদ্যোগত, পুথিভঁৰাল সেৱা সঞ্চালকালয়, অসমৰ সঞ্চালক দীনমণি দাসৰ তত্বাৱধানত থকা চৰাইদেউ মহকুমা পুথিভঁৰালৰ সহযোগত আধুনিক ভাৰত নিৰ্মাতা ৰাজা ৰামমোহন ৰায়ৰ ২৫০ সংখ্যক জন্ম জয়ন্তী বৰ্ষ আজি সোণাৰিত অৱস্থিত চৰাইদেউ মহকুমা পুথিভঁৰালত উলহ-মালহেৰে পালন কৰি এক সজাগতা সমদল উলিওৱা হয়। নাৰী সৱলীকৰণ বিষয়ক উলিওৱা এই সজাগতা সমদলৰ শুভাৰম্ভ কৰে চৰাইদেউ জিলাৰ অতিৰিক্ত উপায়ুক্ত জাবেদ আৰমানে। সমদলৰ প্ৰাকক্ষণত অসমৰ জাতীয় সংগীত পৰিবেশনেৰে আৰম্ভ হোৱা সভাত বন্তি প্ৰজ্বলন কৰে চৰাইদেউ জিলাৰ সহকাৰী আয়ুক্ত তথা ভাৰপ্ৰাপ্ত জিলা সমাজ কল্যাণ বিষয়া জাহ্নৱী গোস্বামীয়ে। সভাত বিশিষ্ট অতিথি ৰূপে অংশগ্ৰহণ কৰে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, নাগালেণ্ডৰ প্ৰাক্তন বিধায়ক জন কন্যাক, চৰাইদেউ জিলাৰ অতিৰিক্ত উপায়ুক্ত দ্বয় জাবেদ আৰমান আৰু মৌচুমী চেতিয়াই। ভগৱতী প্ৰসাদ সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষয়িত্ৰী পলী বুঢ়াগোহাঁইয়ে আঁত ধৰা সভাখনত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে চৰাইদেউ মহকুমা পুথিভঁৰালৰ গ্ৰন্থাগাৰিক সংগীতা চেতিয়াই। সভাত আমন্ত্ৰিত বিশিষ্ট অতিথিসকলে তেওঁলোকৰ ভাষণ আগবঢ়ায়। সোণাৰি মহাবিদ্যালয় আৰু সোণাৰি বাণিজ্য মহাবিদ্যালয়ৰ ছাত্ৰীসকলেও নাৰী সৱলীকৰণ সন্দৰ্ভত বক্তব্য ৰখাৰ লগতে গীত পৰিৱেশন কৰে। সভাত উপস্থিত থকা বেঙেনাবাৰী গ্ৰাম্য পুথিভঁৰালৰ গ্ৰন্থাগাৰিক উমেশ বসুমতাৰী, সাংবাদিক মৃত্যুঞ্জয় দাস আৰু জনসংযোগ বিভাগৰ কৰ্মচাৰী ভাস্কৰ বৰদলৈয়েও ভাষণ আগবঢ়ায়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
42 बच्चों के Serial Murders को फांसी क्यों नहीं हुई? | Renuka Shinde | Seema Gavit | Tarikh E599
42 बच्चों के Serial Murders को फांसी क्यों नहीं हुई? | Renuka Shinde | Seema Gavit | Tarikh E599
Kerala Rain: भारी बारिश के बाद केरल के चार जिलों के सभी स्कूल और कॉलेज बंद, IMD ने जारी किया येलो अलर्ट
केरल में भारी बारिश के कारण मंगलवार को चार जिलों वायनाड, कोझिकोड, कन्नूर और मलप्पुरम के सभी...
हूती विद्रोही इजरायल का शक्तिशाली Air Defense System भेदने में कामयाब, मुख्य शहर तेल अवीव पर किया ड्रोन से अटैक
तेल अवीव। शुक्रवार तड़के तेल अवीव में एक बड़ी ड्रोन हमला हुआ, जिसमें एक की मौत हो गई और दस...
লাকুৱাৰ আমলখি দেওশালত পণ্ডিত গৃহ উদ্বোধন কৰিলে মন্ত্ৰী যোগেন মহনে
লাকুৱাৰ আমলখি দেওশালত পূজা অৰ্চনা কৰা আহোম পুৰোহিত সকলৰ সুবিধাৰ্থে আজি এটা পণ্ডিত গৃহ মুকলি কৰা...
મેટોડા જીઆઇડીસી ખાતે આવેલ પર્વ મેટલ પ્રાઈમ કંપનીમાં બોયલર ફાટ્યું મજૂર ઘાયલ
મેટોડા જીઆઇડીસી ખાતે આવેલ પર્વ મેટલ પ્રાઈમ કંપનીમાં બોયલર ફાટ્યું મજૂર ઘાયલ