এক লাখ নিযুক্তিৰ লক্ষ্যৰে অহা ২২ চেপ্তেম্বৰত ১২ হেজাৰ নিযুক্তি পত্ৰ প্ৰদান কৰিব মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই৷খানাপাৰা পশু চিকিৎসালয় খেলপথাৰত উক্ত নিযুক্তি পত্ৰ প্ৰদান কৰিব৷গৃহ,স্বাস্থ্য,শিক্ষা,পঞ্চায়ত আৰু গ্ৰামোন্নয়ন,লোক নিৰ্মাণ আদি বিভাগৰ নিযুক্তি পত্ৰ প্ৰদান কৰিব বুলি এটি প্ৰেছ বাৰ্ডা°ত প্ৰকাশ কৰিছে৷উল্লেখ্য যে চৰকাৰৰ ঘোষিত একলাখ নিযুক্তিৰ লক্ষ্যৰে যোৱা মে মাহত ৩০ হেজাৰ নিযুক্তি পত্ৰ বিতৰণৰ পিচত পূনৰ ১২ হেজাৰ নিযুক্তিৰে মুঠ ৪২ হেজাৰ নিযুক্তি পত্ৰ বিতৰণ কৰিলে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
अखिल भारतीय विद्यार्थी परिषद महानगर नई कार्यकारिणी का शपथ ग्रहण समारोह,
कोटा
अखिल भारतीय विद्यार्थी परिषद महानगर नई कार्यकारिणी का शपथ ग्रहण समारोह,
76 वे स्थापना दिवस...
Pm Vishwakarma Yojna| Pm Modi Birthday|, Vishwakarma Puja, Maha Aarti| Chandlodia Vishwakarma Mandir
Pm Vishwakarma Yojna| Pm Modi Birthday|, Vishwakarma Puja, Maha Aarti| Chandlodia Vishwakarma...
পূৱ গোলাঘাট সংহত শিশু প্ৰকল্প অন্তগত ফৰকাটিং নগৰ অংগনবাদী কেন্দ্ৰ মডেল কেন্দ্ৰ হিচাপে নতুন গৃহ নিমাণ কৰি আজি শুভ উদ্বোধন গোলাঘাটৰ অভিভাৱক মন্ত্ৰী তথা স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ দ্বাৰা
পূৱ গোলাঘাট সংহত শিশু প্ৰকল্প অন্তগত ফৰকাটিং নগৰ অংগনবাদী কেন্দ্ৰ মডেল কেন্দ্ৰ হিচাপে...
Motorola Edge 50 Launch: दुनिया का सबसे पतला मोटोरोला फोन आज होगा लॉन्च, बोल्ड और खूबसूरत होगा अंदाज
मोटोरोला आज अपने भारतीय ग्राहकों के लिए एक पावरफुल फोन Motorola Edge 50 लॉन्च (Motorola Edge 50...
Press Release - PhonePe launches one-stop POS solution for merchant partners
Bengaluru, 10 July 2023: PhonePe today announced the launch of its Point-of-sale (POS) device...