দেশৰ স্বাধীনতা দিৱসলৈ মাজত মাথোঁ এপষেক বাকী। তাৰ প্ৰাকক্ষণত সোণাৰি পৌৰসভাৰ ৬ নং ৱাৰ্ডত ত্ৰিৰংগা বিক্ৰী কেন্দ্ৰ মুকলি। অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযানৰ অন্তৰ্গত মৌচাক এ.এল.এফৰ দ্বাৰা স্থাপন কৰা হৈছে এই কেন্দ্ৰটো। ত্ৰিৰংগা বিক্ৰী কেন্দ্ৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে পৌৰসভাৰ ৬ নং ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰ ভাস্কৰ বৰুৱা।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
सावरगाव येथे पशु वैद्यकीय करजखेड आरोग्य उपकेद्राअतर्गत लसिकरण
कन्नड: पशु वैद्यकीय करजखेड आरोग्य उपकेंद्र अंतर्गत सावरगाव येथे आज परिसरातील पशु पालकांच्या...
मानव विकास परीषदच्या राज्य कामगार युनियन प्रदेशाध्यक्षपदी संदीप कुटे
रांजणगाव गणपती:- महाराष्ट्र राज्यात कुठेही कामगारांवर अन्याय झाल्यास त्यांना कायदेशीर मार्गाने...
Gadhada||જનડા ગામે પ્રાથમિક શાળા ખાતે ગ્રામજનો અને વાલીઓ દ્વારા સુત્રોચાર સાથે વિરોધ પ્રદર્શન!#news
Gadhada||જનડા ગામે પ્રાથમિક શાળા ખાતે ગ્રામજનો અને વાલીઓ દ્વારા સુત્રોચાર સાથે વિરોધ પ્રદર્શન!#news
Breaking News: इस्तीफे के बाद Ghulam Nabi Azad का पहला बयान, समर्थकों से कहा- हम J&K आ रहे हैं
Breaking News: इस्तीफे के बाद Ghulam Nabi Azad का पहला बयान, समर्थकों से कहा- हम J&K आ रहे हैं
News
ফাটবিহু অগ্ৰগতিৰ সম্পৰ্কে সংবাদমেল ফাটবিহু সমিতি
সকলো বিহুপ্ৰেমী ৰাইজক জাতীয় সাজপাৰ পৰিধান কৰিবলৈ...