দেশৰ স্বাধীনতা দিৱসলৈ মাজত মাথোঁ এপষেক বাকী। তাৰ প্ৰাকক্ষণত সোণাৰি পৌৰসভাৰ ৬ নং ৱাৰ্ডত ত্ৰিৰংগা বিক্ৰী কেন্দ্ৰ মুকলি। অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযানৰ অন্তৰ্গত মৌচাক এ.এল.এফৰ দ্বাৰা স্থাপন কৰা হৈছে এই কেন্দ্ৰটো। ত্ৰিৰংগা বিক্ৰী কেন্দ্ৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে পৌৰসভাৰ ৬ নং ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰ ভাস্কৰ বৰুৱা।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ધુમ્મસભર્યા વાતાવરણમાં વાહનચાલકોને ભારે હાલાકી પડી....
ધુમ્મસભર્યા વાતાવરણમાં વાહનચાલકોને ભારે હાલાકી પડી....
भगवान पार्श्वनाथ का निर्वाण महोत्सव मनाया
इटावा
जैन धर्म के 23 वे तीर्थकर भगवान पार्श्वनाथ के मोक्ष कल्याण निर्वाण दिवस पर जैन मंदिरों में...
पूर्व नरेश सूरजमल की रियासतकालीन छतरी को तोडना गंभीर अपराध,दोषियों के खिलाफ कड़ी कार्रवाई हो : मनोज दुबे
भारतीय राष्ट्रीय संयुक्त ब्राह्मण महासभा के राष्ट्रीय अध्यक्ष मनोज दुबे ने मुख्यमंत्री को पत्र...
ભારે વરસાદ ની આગાહી..
ગુજરાતમાં અતિભારે વરસાદની આગાહી.........દક્ષિણ ગુજરાતમાં ભારેથી અતિભારે વરસાદની...