অসম সাহিত্য সভাৰ অন্যতম শাখা দৰঙৰ পথৰুঘাট শাখা সাহিত্য সভাৰ উদ্যোগত পাথৰিঘাট উচ্চ মাধ্যমিক বিদ্যালয়ত অসম সাহিত্য সভাৰ আজীৱন সভ্য,পথৰুঘাট সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পদ্ম কুমাৰ দাস আৰু অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক তথা অসম সাহিত্য সভাৰ আজীৱন সভ্য প্ৰয়াত কুহিৰাম হাজৰিকাৰ শ্ৰদ্ধাঞ্জলি আৰু স্মৃতি ৰোমন্থন অনুষ্ঠানটি সম্পন্ন হৈ যায়। সেই উপলক্ষে পুৱা দৰং জিলা কৃষিবিভাগৰ অৱসৰী সহকাৰী কৃষি পৰিদৰ্শক যোগেন শৰ্মাই বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰাম্ভনী কৰে। ইয়াৰ পিছতে পদ্মকুমাৰ দাস আৰু কুহিৰাম হাজৰিকাৰ প্ৰতিচ্ছৱীত মাল্যাৰ্পন কৰে ক্ৰমে ঐতিহাসিক খটৰা সত্ৰ পৰিচালনা সমিতিৰ সভাপতি যাদৱ চন্দ্ৰ মহন্ত আৰু নান্দনিক সাহিত্য চ'ৰাৰ সভাপতি তথা অৱসৰী কৃতি শিক্ষয়িত্ৰী বানেশ্বৰী ডেকাই । পথৰুঘাট সাহিত্য সভাৰ সম্পাদক কণ আলি হাজৰিকাই আঁতধৰা আৰু শাখা সভাৰ সভাপতি মানিক চন্দ্ৰ ডেকাই সঞ্চালনা কৰা অনুষ্ঠানত সাহিত্য সেৱী তথা কৃতি শিক্ষক কমলাকান্ত ডেকাই প্ৰয়াত পদ্ম কুমাৰ দাস আৰু প্ৰৱক্তা ,সাহিত্য সেৱী অখিল ৰঞ্জন ভট্টই প্ৰয়াত কুহিৰাম হাজৰিকাৰ ওপৰত ম্মাৰক বক্তৃতা প্ৰদান কৰে । সভাত দৰং জিলা পৰিষদৰ সভাপতি ধীৰেন ডেকা, ক্ষীৰদা ডেকা,ৰমনী ডেকা, জয়ন্ত কলিতা, শাখাৰ উপসভাপতি চাহাবুদ্দিন আহমেদ,পত্ৰিকা সম্পাদক জাকিৰ হুচেইন, ছিপাঝাৰ ডিজিটেল মিডিয়াৰ উপসভাপতি নৱজিৎ শৰ্মা,সাংবাদিক জীতুমনি ভূঞা প্ৰমুখ্যে কেইবাগৰাকীও বিশেষ ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানত শিল্গী কস্তুৰী শইকীয়াই বৰগীত আৰু নিলঞ্জনা ভট্টাচাৰ্যই লোকগীত পৰিবেশন কৰি অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
नई Skoda Kodiaq टेस्टिंग के दौरान हुई स्पॉट, कई ट्रिम के साथ 2025 में होगी लॉन्च
2025 Skoda Kodiaq Spied Testing अगले साल लॉन्च होने जा रही Skoda Kodiaq को भारत में टेस्टिंग के...
પગપાળા સંઘનું પ્રસ્થાન કરાયું....
પગપાળા સંઘનું પ્રસ્થાન કરાયું....
Sutrapada Nagarpalika Navratri 2022 day -8
Sutrapada Nagarpalika Navratri 2022 day -8
આશાદીપ ખાતે સાપ્તાહિક તાલીમના અંતે પ્રમાણપત્રો એનાયત કરાયા.
આશાદીપ માનવ વિકાસ કેન્દ્ર ખાતે સાત દિવસીય તાલીમમાં તાલીમાર્થીઓને પ્રમાણપત્ર એનાયત કરવામાં આવ્યા...
ઊંઝા : બે ગાડીના કાચ તોડી સોનાના દાગીના, કેમેરાની ચોરી, પોલીસે તપાસ હાથ ધરી
ઊંઝા : કારના કાચ તોડી સામાન ચોરી કરતી ગેંગ સક્રિય થઈ છે. ઊંઝામાં દાસજ હાઇવે પર આવેલા હીરામણી...