ব্ৰহ্মপুত্ৰ ত আবদ্ধ মাজুলী অভিমুখী ফেৰী
এম ভি লোহিত নামৰ ফেৰীখন লাগি ধৰে নদীৰ বালিচৰত
৩ বাজি ৩০ মিনিট ত নিমাতীৰ পৰা কমলাবাৰী ঘাটলৈ আহিছিল ফেৰীখন , ব্ৰহ্মপুত্ৰ ৰ মাজত এক বালি চৰত লাগি ধৰে ফেৰীখন
ফেৰীত আছে দুচকীয়া বাহন সহ অৰ্ধশতাধিক যাত্ৰী,
ঘটনা স্থলীত উপস্থিত SDRF বাহিনী
এজন দুজকৈ পাৰলৈ নিয়া হৈছে যাত্ৰী সকলক
ভাস্কৰ কাশ্যপ, মাজুলী