মিচিং স্বায়ত্ত শাসিত পৰিষদ আৰু Assam Down Town University Guwahati যৌথ উদ্যোগত আৰু টাকাম মিচিং পৰিন কেবাং (TMPK) বিহপুৰীয়া জিলা সমিতিৰ সহযোগত Career Counselling কাৰ্যসূচী বিহপুৰীয়া জনজাতি কৃষ্টি বিকাশ কেন্দ্ৰত আজি অনুষ্ঠিত হয় । বিহপুৰীয়াৰ বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা পাঁচ শতাধিক ছাত্ৰ- ছাত্ৰীয়ে অংশগ্ৰহণ কৰা Career Counselling অনুষ্ঠানত Founder Skilfinity Behavioural of Corporate Training Consultent অঞ্জন চোধুৰী , গুৱাহাটী ডাউন টাউন ইউনিভাৰচিটিৰ সহকাৰী মেনেজাৰ ইফতিকা আহমেদ, নেহেৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ধৰণী শৰ্ম্মা, বদতি জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহ শিক্ষয়ত্ৰী জাহানাৰা ৰহমান, TMPK কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন কাৰ্যনিবাহক সদস্য কিৰণ দলে, কেন্দ্ৰীয় সমিতিৰ সদস্য বোদ্ধেন পেগু, TMMK বিহপুৰীয়া জিলা সমিতিৰ সভানেত্ৰী গীতামণি দলে, MMK জিলা সমিতিৰ সম্পাদক জীতেন্দ্ৰ দলে আদিয়ে অংশগ্ৰহণ কৰে । মনোগ্ৰাহী অনুষ্ঠানত অংশ লৈ যথেষ্ট উপকৃত হোৱা বুলি ছাত্ৰ-ছাত্ৰী সকলে জানিবলৈ দিয়ে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Sehat Talk with Isha Bhatia Sanan, Ep. 06: How does a C-section or cesarean delivery take place?
Sehat Talk with Isha Bhatia Sanan, Ep. 06: How does a C-section or cesarean delivery take place?
બનાસકાંઠા : જુનાનેસડા ગામમાં દારૂબંધીના અમલ માટે અભિયાનની શરૂઆત
બનાસકાંઠા : જુનાનેસડા ગામમાં દારૂબંધીના અમલ માટે અભિયાનની શરૂઆત
આગામી ૨૯ સપ્ટેમ્બરે "વિશ્વ હૃદય દિવસ" નિમિત્તે અમદાવાદમાં ૧૦ કિમી. ની હેલ્થ રનનું આયોજન
૨૯ સપ્ટેમ્બર ના દિવસને "વિશ્વ હૃદય દિવસ" તરીકે ઉજવવામાં આવે છે જેમાં હૃદય ની જાળવણી માટે...
અમદાવાદ : AICC in-Charge ડૉ. રઘુ શર્મા જી ની વિશેષ પત્રકાર પરિષદ live
અમદાવાદ : AICC in-Charge ડૉ. રઘુ શર્મા જી ની વિશેષ પત્રકાર પરિષદ live
বন্যহস্তিৰ তাণ্ডৱ। সুলভ মূল্যৰ দোকান লণ্ডভণ্ড কৰাৰ উপৰিও নষ্ট কৰে গাওঁৰ কৃষিশস্য ভূমি।
বন্যহস্তিৰ তাণ্ডৱ। সুলভ মূল্যৰ দোকান লণ্ডভণ্ড কৰাৰ উপৰিও নষ্ট কৰে গাওঁৰ কৃষিশস্য ভূমি।