এতিয়া শাওন মাহ। কৃষক ৰাইজ ব্যস্ত এতিয়া পথাৰত। মাজুলী ব্যতিক্ৰম নহয়। মাজুলীৰ কৃষক সকলো এতিয়া ব্যস্ত ভূঁই ৰুৱাত।