হোজাইৰ ঠেপলাগুৰিৰ এটা পথৰ বাবে জীয়াতু ভুগিছে গাঁওবাসী । পথ নহয় যেন আহাৰমহীয়া খেতি পথাৰ হে । বোকাময় পথেৰে যাতায়ত কৰিব লগীয়া হৈছে বিদ্যালয়ৰ কন কণ ছাত্ৰ ছাত্ৰী আৰু গাঁওবাসীয়ে । চৰকাৰ আৰু হোজাই বিধায়কৰ ওচৰত আহবান অতি সোনকালে এই পথ বনাই দিবলৈ । এই পথেৰে অহা যোৱাত বহুত অসুবিধাত পৰিছে গাওঁবাসী ।