শাৰদীয় দুৰ্গাপূজাৰ প্ৰাকক্ষণত কেঁচা চাহপাতৰ মূল্য হ্ৰাস পোৱাত চিন্তিত হৈ পৰিছে ক্ষুদ্ৰ চাহ খেতিয়ক সকল। পুঁজিপতি বনিকগোষ্ঠীৰ অধীনত থকা চাহ উদ্যোগত কেঁচা চাহপাতৰ উচিত মূল্য নিৰ্ধাৰণ নকৰাত প্ৰতিদিনেই লোকচানৰ সন্মুখীন হৈছে ক্ষুদ্ৰ চাহ খেতিয়ক সকল। আনহাতে উচিত মূল্য নোপোৱাত বহু সংখ্যক চাহ খেতিয়কে কেঁচা চাহপাত পেলায় দিবলগীয়া অৱস্থাৰো সৃষ্টি হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলক সকাহ দিয়াৰ স্বাৰ্থত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে ক্ষুদ্ৰ চাহ খেতিয়ক সকলে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
सिटी स्कूल की छात्रा ने राष्ट्रीय शिविर पिथौरागढ़ में जीता गोल्ड मेडल
सिटी स्कूल की छात्रा ने राष्ट्रीय शिविर पिथौरागढ़ में जीता गोल्ड मेडलबूंदी। पिथौरागढ़ में आयोजित...
વલસાડ ગ્રામ્ય પોલીસ દ્વારા આંતરરાષ્ટ્રીય વરિષ્ઠ નાગરિક દિવસ ની ઉજવણી
વલસાડ ગ્રામ્ય પોલીસ દ્વારા આંતરરાષ્ટ્રીય વરિષ્ઠ નાગરિક દિવસ ની ઉજવણી
অসম যুৱ অলিম্পিকত উজ্বলিল চৰাইদেউ ভাৰউত্তোলন দল।
অসম যুৱ অলিম্পিক
ভাবোত্তোলনত সর্বোচ্চ পদকৰে উজ্বলিল চৰাইদেউ জিলা
২৩...
रॉकेट बना Zomato का शेयर, सुबह के कारोबार में 14 प्रतिशत उछाल के साथ 52 हफ्ते के उच्चतम स्तर पर पहुंचा स्टॉक
नई दिल्ली, बिजनेस डेस्क: ऑनलाइन फूड डिलीवरी प्लेटफॉर्म जोमैटो लिमिटेड (Zomato Ltd) के...
CES 2024: Wi-Fi 7 ऑफिशियली हुआ लॉन्च, जानिए फ्यूचर Apple डिवाइस पर क्या होगा इसका असर
कंसोर्टियम ने CES 2024 में अपनी लेटेस्ट Wi-Fi 7 को लॉन्च किया है। बता दें कि यह कंपनी का नेक्स्ट...