সোণাৰিত শিক্ষকক আক্ৰমণ। দাৰ ঘাপত ধাৰাশায়ী শিক্ষক তুলসী সন্দিকৈ।টিঙালীবাম প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত আছিল শিক্ষক জন। মুনু প্ৰজা নামৰ এজন যুৱকে অৰ্তকিতে আক্ৰমণ কৰে শিক্ষক তুলসী সন্দিকৈক। সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি। ইফালে আক্ৰমণকাৰী মুনু প্ৰজাক আটক কৰিলে টিঙালীবাম আৰক্ষীয়ে। মদৰ নিচাত আক্ৰমণ কৰা বুলি স্বীকাৰ আটকাধীন লোকজনৰ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
AAP सांसद संजय सिंह ने बताया क्यों बना केजरीवाल का करोड़ों का घर, तीन बार हुए ये बड़े हादसे
भारतीय जनता पार्टी मंगलवार से ही अरविंद केजरीवाल के घर के पुनर्निर्माण में आए खर्च को लेकर दिल्ली...
કરજણ ખાતે ઈદે મિલાદ ની આન બાન શાન સાથે ઉજવણી કરવામાં આવી
કરજણ ખાતે ઈદે મિલાદ ની આન બાન શાન સાથે ઉજવણી કરવામાં આવી
মাজুলীত মিচিং স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগত তৰুণ চন্দ্ৰ পামেগামৰ বৃহৎ প্ৰতিমূৰ্তি উন্মোচন : গড়মূৰত বৃহৎ কেন্দ্ৰীয় কাৰ্যসূচী : গড়মূৰত তৰুণ চন্দ্ৰ পামেগামৰ মৃত্যু বাৰ্ষিকী পালন :
মাজুলীৰ সু- সন্তান, অসম সাহিত্য সভাৰ উপ- সভাপতি, প্ৰসিদ্ধ সাহিত্যিক, গণশিল্পী, নাট্যকাৰ ,...
ৰঙিয়াত হৰ ঘৰ ত্ৰীৰঙ্গা বিক্ৰী কেন্দ্ৰ মুকলি কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই
স্বাধীনতাৰ ৭৫ বছৰ উদযাপনৰ বাবে ভাৰত চৰকাৰে ঘৰে ঘৰে ত্ৰিৰংগা উৰুৱাৰ বাবে এলানি কাৰ্য্যসূচী গ্ৰহণ...